• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিমৌত আবকাৰী বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 12, 2019 7:15 am

1 min read

IMG-20190211-WA0002

আবকাৰী বিভাগৰ অভিযান। ফটো: নৰ্থ-ইষ্ট নাও

182
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা আবকাৰী বিভাগ আৰু ডিমৌ আৰক্ষীয়ে সোমবাৰে অতৰ্কিতে চলোৱা এক যৌথ অভিযানত ডিমৌ আৰু কেন্দুগুৰি অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু চুলাই মদ জব্দ কৰা হয়।

জিলা আবকাৰী পৰিদৰ্শক অৰুনজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা অবকাৰী বিভাগৰ এটা দলে ডিমৌ আৰক্ষীৰ সহযোগত ডিমৌৰ ৰাইচাইৰ বিভিন্ন স্থানত প্ৰথমে  অভিযান চলাই বাঁহনিৰ মাজত লুকুৱাই থোৱা অৱস্থাত বহু কাৰ্ট’ন অবৈধ অৰুণাচলী সুৰা আৰু কেইবাশ লিটাৰ চুলাই মদ জব্দ কৰবলৈ সক্ষম হয়।

পৰবৰ্তী পৰ্য্যায়ত  অভিযানকাৰী দলটোৱে কেন্দুগুৰি অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই হাবিৰ মাজত প্লাষ্টিকৰ ড্ৰামৰ লগতে বিভিন্ন পাত্ৰত লুকুৱাই থোৱা অৱস্থাত ২৭০০ লিটাৰ চুলাই মদ জব্দ কৰে।তদুপৰি দলটোৱে ডিমৌৰ বহুকেইখন ধাবা আৰু দোকানতো তালাচী চলাই অবৈধ অৰুণাচলী সুৰা জব্দ কৰে।

অভিযানকাৰী দলটোৰ নেতৃত্বত যোৱা এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি জব্দ হোৱা অবৈধ সুৰা সমুহ কোনো ব্যক্তি বা দোকানৰ পৰিবৰ্তে  হাবি আৰু বাঁহনিৰ মাজত উদ্ধাৰ হোৱা বাবে কোনো ব্যক্তিক আটক কৰিব পৰা ন’গল।

স্থানীয় ৰাইজে অবৈধ সুৰাৰ বিৰুদ্ধে অঞ্চলটোত আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰসাশনে গ্ৰহণ কৰা কঠোৰ স্থিতিক প্ৰসংশা কৰে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd