• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইম্ফলৰ জুডিঅ’ বিপণীত কৃপাণক লৈ বিতৰ্ক আৰু শিৱসাগৰত শিখ যুৱকৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2026 6:30 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ইম্ফলত থকা জুডিঅ’ নামৰ কাপোৰৰ বিপণী এখনত শেহতীয়াকৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ কেন্দ্ৰবিন্দু আছিল দুজন শিখ ধৰ্মাৱলম্বী যুৱক আৰু তেওঁলোকে পৰিধান কৰা কৃপাণ। জানিব পৰা মতে ধৰ্মীয় বিশ্বাসৰ অবিচ্ছেদ্য অংগ হিচাপে কৃপাণ লগত লৈ দোকানখনত প্ৰৱেশ কৰিব খোজোতেই বিপণীখনৰ কৰ্তৃপক্ষই তেওঁলোকক বাধা প্ৰদান কৰে। এই সমগ্ৰ ঘটনাটো যুৱক দুজনে নিজৰ ম’বাইলত বন্দী কৰি ছচিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে ই দ্ৰুতগতিত বিয়পি পৰে আৰু সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰে।

এই ঘটনাৰ সৈতে জড়িত যাদৱিন্দৰ সিং আৰু প্ৰভজ্যোত সিং নামৰ যুৱক দুজন পৰৱৰ্তী সময়ত অসমৰ শিৱসাগৰত উপস্থিত হয়। শিৱসাগৰৰ এটা গুৰুদ্বাৰত আশ্ৰয় লৈ থকা অৱস্থাত তেওঁলোকে সংবাদ মাধ্যমৰ আগত সমগ্ৰ ঘটনাৰ বিৱৰণ দাঙি ধৰে। যুৱক দুজনে অভিযোগ কৰে যে ভাৰতীয় সংবিধান অনুযায়ী কৃপাণ ধাৰণ কৰাটো তেওঁলোকৰ ধৰ্মীয় অধিকাৰ। গতিকে জুডিঅ’ বিপণীখনৰ এই কাৰ্যই তেওঁলোকৰ সাংবিধানিক অধিকাৰত আঘাত হানিছে বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

Apply Now

অৱশ্যে যুৱক দুজনে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ এই আপত্তি কেৱল বিপণীখনৰ নীতি-নিৰ্দেশনাৰ বিৰুদ্ধেহে আছিল, কোনো ব্যক্তিবিশেষৰ বিৰুদ্ধে নহয়। তেওঁলোকে লগতে উল্লেখ কৰে যে মণিপুৰ ভ্ৰমণৰ সময়ত তেওঁলোকে আন বহুতো ঠাইলৈ গৈছিল আৰু আন বহুতো দোকানত প্ৰৱেশ কৰিছিল, কিন্তু ক’তো এনে ধৰণৰ বাধাৰ সন্মুখীন হোৱা নাছিল। মণিপুৰৰ মানুহ আৰু পৰিৱেশৰ বিষয়ে তেওঁলোকে যথেষ্ট ইতিবাচক মন্তব্য কৰে।

এজন ধৰ্মীয় যাত্ৰী হিচাপে গুৰু নানক দেৱৰ শিক্ষাৰ কথা সোঁৱৰাই দি যুৱক দুজনে কয় যে তেওঁলোকৰ উদ্দেশ্য কোনো সংঘাত সৃষ্টি কৰা নহয়, বৰঞ্চ এক শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তেহে তেওঁলোকে এই বিষয়টো উত্থাপন কৰিছে। তেওঁলোকৰ মতে পৰস্পৰৰ মাজত বুজাপৰা আৰু ধৰ্মীয় বিশ্বাসৰ প্ৰতি সন্মান থকাটো অত্যন্ত প্ৰয়োজনীয়। এই ঘটনাই এতিয়া ছচিয়েল মিডিয়াত ধৰ্মীয় অধিকাৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ নিয়মক লৈ এক নতুন তৰ্কৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

দিল্লীৰ প্ৰতিবাদত বিজেপিৰ ভেৰোণীয়া গুণ্ডাৰ অতপালি! মহিলা প্ৰতিবাদকাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ চাৰি হিন্দুত্ববাদী

October 11, 2026 7:00 pm
জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

ডাকোৱালৰ দিনবোৰ এতিয়া মাথো নষ্টালজিয়া! ড্ৰোণেৰে প্ৰেৰণ কৰা হ’ব চিঠি; অসমৰ ৪০ টা ডাকঘৰত কৰা হৈছে ড্ৰোণৰ ব্যৱস্থা

October 11, 2026 9:15 pm
ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

ডিয়ুং নৈদৰ বুকুত শিল খননৰ পৰিকল্পনা বাতিলৰ দাবী ৯খন গাঁৱৰ ৰাইজৰ : নদী খহনীয়াৰ আশংকাত ক্ষুব্ধ খিলঞ্জীয়া লোক

October 11, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd