• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণত নাৰী-নিপীড়নৰ বিৰুদ্ধে যুঁজৰ স্বীকৃতি; কাৰাবন্দী নাৰ্গেছ মহম্মদীলৈ শান্তিৰ নোবেল বঁটা

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 3:50 pm
নাৰ্গেছ মহম্মদী।

নাৰ্গেছ মহম্মদী।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ বৰ্বৰতাৰ বাবে ২০২২ চনত মাহছা আমিনিৰ মৃত্যু হয়। যিটো ধৰ্মৰ নামত মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে ইৰাণত আন্দোলন বিয়পি পৰিছিল। তেহৰানে দমনৰ জৰিয়তে এই আন্দোলনৰ কণ্ঠৰোধ কৰিছিল।

যোৱা সপ্তাহত আৰ্মিতা গেৰাৱাণ্ড নামৰ ১৬ বছৰীয়া কিশোৰীৰ ওপৰত পুনৰ নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন উঠিছে নীতি আৰক্ষীৰ বিৰুদ্ধে। বৰ্তমান ছোৱালীজনী ক’মাত আছে। এই ঘটনাই পুনৰবাৰ নীতি আৰক্ষীৰ বিৰুদ্ধে গণ ক্ষোভৰ সৃষ্টি কৰিছে।

ইপিনে, নৰৱেৰ নোবেল কমিটীয়ে ২০২৩ চনৰ শান্তি নোবেল বঁটা বিজয়ী হিচাপে নাৰ্গেছ মহম্মদীৰ নাম ঘোষণা কৰিছে। কোন এই নাৰ্গেছ মহম্মদী?

Apply Now

লগতে পঢ়কঃ ইউক্ৰেইনৰ কেফেত ৰাছিয়াৰ ‘ৰকেট’ আক্ৰমণত কমেও ৫১ জন নিহত, আহত বহু লোক

এইগৰাকী মানৱ অধিকাৰ কৰ্মীয়ে ইৰাণৰ নাৰী নিপীড়নৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব দিছে। স্বাভাৱিকতে ইৰাণৰ ধৰ্মীয় শাসকৰ চকুত তেওঁক কাৰাগাৰত বন্দী কৰা হৈছে। নাৰী অধিকাৰৰ বাবে মাত মতা এই মহিলাগৰাকীকে নোবেল কমিটীয়ে সন্মান জনাইছে।

এইবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীতসকলৰ নাম গোপনে ৰখা হৈছিল যদিও কোৱা হৈছিল যে ৩৫০ জনতকৈ অধিক লোক এই দৌৰত অংশগ্ৰহণ কৰিছিল।

যোৱাবাৰ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পৃষ্ঠভূমিত শান্তিৰ বাৰ্তা কঢ়িওৱা ৰাছিয়াৰ মানৱাধিকাৰ মেমোৰিয়েল সংস্থা, ইউক্ৰেইনৰ চেন্টাৰ ফৰ চিভিল লিবাৰ্টিজ আৰু বেলাৰুচৰ মানৱাধিকাৰ অধিবক্তা এলেছ বিয়ালিয়াতস্কিক সন্মিলিতভাৱে প্ৰদান কৰা হৈছিল।

লগতে পঢ়কঃআজি অসমীয়া ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস

উল্লেখ্য যে ১৯০১ চনত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা ১১০ জন ব্যক্তি আৰু ৩০ টা সংগঠনক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে বিজয়ীসকলৰ ভিতৰত মালালা ইউছুফজাই আৰু ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদো আছে। কিছুমান সংস্থাক একাধিকবাৰ এই বঁটা প্ৰদান কৰা হৈছে, ৰেড ক্ৰছৰ আন্তঃৰাষ্ট্ৰীয় সমিতিয়ে তিনিবাৰকৈ এই বঁটা লাভ কৰাৰ বিপৰীতে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰ কাৰ্যালয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd