• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ড্ৰাগছ আসক্ত!; এই বিস্ফোৰক দাবী একালৰ সতীৰ্থৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2020 4:23 pm
index
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ড্ৰাগছ আসক্ত আৰু তেওঁ কোকেইন সেৱন কৰিছিল। এই বিস্ফোৰক দাবী কৰিছে ইমৰাণ খানৰ একালৰ সতীৰ্থ ক্ৰিকেটাৰ চৰফৰাজ নৱাজে।

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা  ভিডিঅ’ত প্ৰাক্তন পাকিস্তানী পেচ বলাৰ গৰাকীয়ে কয় যে কেৱল তেৱেঁ নহয় আৰু অনেকেই ইমৰাণ খানক ড্ৰাগছ সেৱন কৰা প্ৰত্যক্ষ কৰিছিল।

Apply Now

ইফালে চৰফৰাজে দাবী কৰিছে যে তেওঁৰ অভিযোগ যদি মিছা হয় তেনে বৰ্তমানৰ পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে আদালতৰ দ্বাৰস্থ হওক।

উল্লেখ্য যে সত্তৰ শেষৰ পৰা আশী দশকৰ শেষ তথা নব্বৈ দশকৰ প্ৰাৰম্ভৰলৈকে বিশ্ব ক্ৰিকেটৰ বিধ্বংসী পেচ বলাৰ আছিল পাকিস্তানৰ এই দুই প্ৰাক্তন ক্ৰিকেটাৰ চৰফৰাজ নাৱাজ আৰু ইমৰাণ খান।

স্মৰ্তব্য যে ১৯৯২ চনত ইমাৰণ খানৰ নেতৃত্বতে পাকিস্তানে সীমিত অ’ভাৰৰ এদিনীয়া ক্ৰিকেটৰ বিশ্বকাপ জয়ী কৰিছিল।

পাকিস্তানৰ প্ৰাক্তন পেচ বলাৰ চৰফৰাজৰ অভিযোগৰ মতে ১৯৮৭ চনৰ পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ এখন টেষ্ট ক্ৰিকেট মেচৰৰ সময়ত ইমৰাণ খানে চৰফৰাজ নাৱাজৰ ইছলামাবাদৰ ঘৰত আলহী হিচাপে আছিল।

আৰু সেই সময়তে চৰফৰাজে ইমৰাণ খানক ড্ৰাগছ সেৱন কৰা প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে।

চৰফৰাজে দাবী কৰা মতে সেই সময়ত ইমৰাণ খানে দুৰ্বল ফৰ্ম ভুগি আছিল আৰু ইমৰাণৰ সৈতে মহচিন খান, আব্দুল কাদিৰ, চেলিম মালিকো আছিল। আৰু তেওঁলোক সকলোৱে মিলি সেয়া সেৱন কৰিছিল বুলি দাবী কৰিছে পাকিস্তানৰ প্ৰবীণ পেচ বলাৰ গৰাকীয়ে।

কেৱল ইমানেই নহয় চৰফৰাজে দাবী কৰিছে যে পাকিস্তানৰ ইংলেণ্ড ভ্ৰমণৰ সময়ত লণ্ডনতো কাগজত মেৰিয়াই ইমৰাণ খানে কোকেইন সেৱন কৰিছিল।

আনকি চৰফৰাজ নৱাজে একালৰ সতীৰ্থ আৰু বৰ্তমানৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে তেওঁৰ এই অভিযোগ অস্বীকাৰ কৰিব নোৱাৰেও বুলিও দাবী কৰিছে।

“আপোনালোকে তেওঁক মোৰ ওচৰলৈ লৈ আনক। চাওঁ তেওঁ কেনেকৈ অস্বীকাৰ কৰে। মই নিজেই সাক্ষী আছিলো। লণ্ডনত অনেকই তেওঁক এইবোৰ সেৱন কৰা দেখিছিল।” চৰফৰাজে দাবী কৰে।

উল্লেখ্য যে ১৯৬৯ চনত আন্তজাৰ্তিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰা চৰফৰাজ নাৱাজ বিশ্ব ক্ৰিকেটত ৰিভাৰ্ছ চুইঙৰ আৱিষ্কাৰক হিচাপে পৰিচিত। ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত চৰফৰাজেও ৰাজনীতিত যোগদান কৰিছিল আৰু ১৯৮৫ চনত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ পৰা তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

আনহাতে ১৯৭২ চনত আন্তৰ্জাতিক ক্ৰিকেট আত্মপ্ৰকাশ কৰা ইমৰাণ খানে ১৯৯২ চনত ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজনীতিত প্ৰৱেশ কৰে আৰু বৰ্তমান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd