• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৫ চনত ভাৰতত ঘটিছে ঘৃণামূলক ভাষণৰ ১,৩১৮টা ঘটনা, ৯৮%ই মুছলমানৰ বিৰুদ্ধে: দাবী প্ৰতিবেদনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 16, 2026 3:35 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৫ বৰ্ষটো ভাৰতৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে এক অত্যন্ত প্ৰত্যাহ্বানমূলক আৰু উদ্বেগজনক বছৰ হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া হেট লেবৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, যোৱা এটা বছৰত সমগ্ৰ দেশজুৰি ধৰ্মীয় সংখ্যালঘুসকলক লক্ষ্য কৰি মুঠ ১,৩১৮ টা ঘৃণামূলক ভাষণৰ ঘটনা পঞ্জীয়ন কৰা হৈছে। এই সংখ্যা ২০২৪ চনৰ তুলনাত ১৩ শতাংশ আৰু ২০২৩ চনৰ তুলনাত ৯৭ শতাংশ অধিক, যিয়ে দেশত সাম্প্ৰদায়িক বিষবাষ্প দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ইংগিত দিছে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি শাসিত ৰাজ্যসমূহতে এনেধৰণৰ ঘটনা আটাইতকৈ বেছি পৰিলক্ষিত হৈছে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা তথ্য অনুসৰি, এই ঘৃণামূলক ভাষণসমূহৰ ভিতৰত ৯৮ শতাংশই আছিল মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে। মুঠ ১,১৫৬ টা ঘটনাত মুছলমানসকলক পোনপটীয়াকৈ লক্ষ্য কৰা হৈছিল আৰু ১৩৩ টা ঘটনাত মুছলমানৰ লগতে খ্ৰীষ্টানসকলকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। খ্ৰীষ্টান সমাজৰ বিৰুদ্ধে হোৱা এনে ভাষণৰ সংখ্যাও পূৰ্বৰ বছৰৰ তুলনাত ৪১ শতাংশ বৃদ্ধি পাইছে। বিভিন্ন সভা-সমিতি আৰু ৰেলীত সংখ্যালঘুসকলক দেশবিৰোধী, অনুপ্ৰৱেশকাৰী বা জনসংখ্যাৰ বৃদ্ধিৰ কাৰক হিচাপে উপস্থাপন কৰি সমাজত বিভাজন সৃষ্টিৰ অপচেষ্টা চলোৱা হৈছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

Apply Now

ৰাজনৈতিক দিশৰ পৰা চালে দেখা যায় যে মুঠ ঘৃণামূলক ভাষণৰ ৮৮ শতাংশই বিজেপি বা তেওঁলোকৰ সহযোগী দলসমূহৰ শাসনত থকা ৰাজ্যসমূহৰ পৰা আহিছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু উত্তৰাখণ্ড এই তালিকাত শীৰ্ষত আছে। ইয়াৰ বিপৰীতে বিৰোধী দল শাসিত ৰাজ্যসমূহহত এনে ঘটনাৰ মাত্ৰা পূৰ্বতকৈ হ্ৰাস পোৱা দেখা গৈছে। নিৰ্বাচনী প্ৰচাৰ আৰু ধৰ্মীয় উৎসৱসমূহক এতিয়া ঘৃণা বিয়পোৱাৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে বুলি ইণ্ডিয়া হেট লেবে অভিযোগ কৰিছে। ২০২৫ চনৰ এপ্ৰিল মাহত ৰাম নৱমীৰ শোভাযাত্ৰা আৰু আন কিছুমান ঘটনাৰ পাছত দেশত ঘৃণা বিয়পোৱা ভাষণৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছিল।

প্ৰতিবেদনখনৰ আন এক ভয়ংকৰ দিশ হ’ল ভাষণত ব্যৱহৃত শব্দ আৰু ষড়যন্ত্ৰমূলক তত্ত্বসমূহ। প্ৰায় ৫০ শতাংশ ভাষণত লাভ জিহাদ, লেণ্ড জিহাদ আৰু ভোট জিহাদৰ দৰে শব্দ ব্যৱহাৰ কৰি সমাজত ভয়ৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। বহু ঠাইত সংখ্যালঘুসকলক অমানৱীয় শব্দৰে সম্বোধন কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ বাবেও মুকলি আহ্বান জনোৱা হৈছে। মহাৰাষ্ট্ৰত এনেধৰণৰ হিংসাত্মক আহ্বানৰ সংখ্যা আটাইতকৈ বেছি আছিল। আনকি উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীকো এই প্ৰতিবেদনত এগৰাকী সক্ৰিয় বক্তা হিচাপে চিহ্নিত কৰা হৈছে।

ছচিয়েল মিডিয়াই এই ঘৃণা বিয়পোৱাত ইন্ধন যোগোৱা বুলিও প্ৰতিবেদনত কোৱা হৈছে। বেছিভাগ ভাষণৰে ভিডিঅ’ ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত লাইভ ষ্ট্ৰীম কৰা হৈছে, যিটো এই প্লেটফৰ্মসমূহৰ নীতিৰ বিৰোধী। এই সকলো নেতিবাচক পৰিৱেশৰ মাজত কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰা ঘৃণা বিৰোধী বিধেয়কখনে কিছু আশাৰ ৰেঙণি দেখুৱাইছে। এই আইনৰ জৰিয়তে ঘৃণা বিয়পোৱা লোকৰ বিৰুদ্ধে সাত বছৰ পৰ্যন্ত কাৰাদণ্ডৰ ব্যৱস্থা কৰা হৈছে, যিটো সমগ্ৰ ভাৰততে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd