DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ভিড আক্ৰান্ত স্বামীক চিকিৎসালয়ত দেখুৱাবলৈ নি যৌন নিৰ্যাতনৰ সম্মুখিন এগৰাকী মহিলা, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2021 2:34 pm
(মহিলাগৰাকীৰ ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট)

(মহিলাগৰাকীৰ ভিডিঅ'টোৰ এটা স্ক্ৰীণশ্বট)

903
VIEWS
Share on FacebookShare on Twitter

কোভিডত আক্ৰান্ত স্বামীক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ গৈ এজন স্বাস্থ্যকৰ্মীৰ পৰা যৌন অত্যাচাৰৰ সম্মুখিন হ’ল এগৰাকী মহিলা।

বিহাৰৰ ভগলপুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

১২ মিনিটৰ এটা ভিডিঅ’ত মহিলাগৰাকীয়ে যৌন নিৰ্যাতনৰ উপৰিও চিকিৎসকসকলৰ গাফিলতিৰ বাবেই তে্ওঁৰ স্বামীৰো মৃত্যু হোৱা বুলি অভিযোগ কৰিছে।

তেওঁ কয় যে তিনিখনকৈ চিকিৎসালয়ত তেওঁৰ স্বামীক দেখুৱাবলৈ লৈ গৈছিল যদিও চিকিৎসকসকলে তেওঁক বিমুখ কৰে।

তদুপৰি ভগলপুৰৰ চিকিৎসালয়ৰ কৰ্মীসকলে ৰামডেচিৱিৰৰ অৰ্ধেকসংখ্যক বেজী নষ্ট কৰি পেলোৱাৰো অভিযোগ কৰে তেওঁ।

তেওঁ কয় যে স্বামীৰ স’তে তেওঁ নয়দাত বাস কৰে আৰু হোলিৰ বাবে বিহাৰলৈ আহিছিল।

কিন্তু ৯ এপ্ৰিল তাৰিখে তেওঁৰ স্বামী অসুস্থ হৈ পৰাৰ  ফলত দুবাৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল আৰু দুইবাৰেই ক’ভিড নিগেটিভ আহে, সেয়ে তেওঁলোকে আৰটি-পিচিআৰ টেষ্টৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষা কৰিছিল।

যেতিয়া নডডাৰ এজন চিকিৎসকে তেওঁলোকৰ বুকুৰ চিটি স্কেন কৰে, ৰিপ’ৰ্টত দেখা যায় হৃদযন্ত্ৰত ৬০ শতাংশ সংক্ৰমণ হৈছে।

মহিলাগৰাকীয়ে কয় যে তাৰ পাছতে তেওঁৰ স্বামী আৰু শাহুক ভগলপুৰৰ গ্লোকাল হস্পিতালত ভৰ্তি কৰোৱা হয়।

কিন্তু চিকিৎসালয়ত চিকিৎসকসকলে ৰোগী চাবলৈ আহি অলপ সময় থাকিয়ে গুছি যায় আৰু কৰ্মীসকল অনুপস্থিত থাকে বুলি মহিলাগৰাকীয়ে কয়।

চিকিৎসকৰ অৱহেলাৰ ফলত মহিলাগৰাকীৰ স্বামীয়ে বাকশক্তি হেৰুৱাই পেলাব ধৰে।

नीतीश जी

इस बहन को न्याय दो, इनके पति कोरोना से दम तोड़ रहे थे, वासना के वहशी दरिंदे इनके साथ छेड़खानी कर रहे थे।

भागलपुर के ग्लोकल हॉस्पिटल का कंपाउंडर ज्योति कुमार और राजेश्वर हॉस्पिटल के डॉ अखिलेश को गिरफ्तार कर स्पीडी ट्रायल चला फांसी दो। मैं तो इन दोनों को सजा दिलाऊंगा! pic.twitter.com/Y2xLsklU0G

— Pappu Yadav (@pappuyadavjapl) May 10, 2021

মহিলগৰাকীয়ে কয় যে চিকিৎসালয়খনত কৰ্মৰত জ্যোতি কুমাৰ নামৰ এজন স্বাস্থ্যকৰ্মীক তেওঁ স্বামীৰ অৱস্থাৰ বিষয়ে অৱগত কৰে আৰু কৰ্মীজনে সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে।

কিন্তু যেতিয়া মহিলাগৰাকীয়ে স্বামীৰ স’তে ভাৱ বিনিময় কৰে, জ্যোতি কুমাৰে তেওঁক পাছফালৰ পৰা পিন্ধি থকা সাজযোৰত হাত দিয়ে।

মহিলাগৰাকীয়ে ভয় খাই পাছলৈ ঘূৰি দেখে যে জ্যোতি কুমাৰে তেওঁৰ কঁকালত হাত দিছে আৰু ঊৰ্ণাখন টানিব ধৰিছে।

সেই সময়ত তেওঁ পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি কোনোধৰণৰ চিঞৰ-বাখৰ নকৰিলে।

জানিব পৰামতে, মহিলাগৰাকীৰ এই ভিডিঅ’টোৰ পাছতে স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা জ্যোতি কুমাৰক চিকিৎসালয়খনৰ পৰা বৰ্খাস্ত কৰা হৈছে।

Recent News

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd