• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ত ৩মাহত ৩গৰাকী মুখ্য ন্যায়াধীশ! দেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে এনে ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2022 3:59 pm
দেশৰ বৰ্তমান মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

দেশৰ বৰ্তমান মুখ্য ন্যায়াধীশ এন ভি ৰামানা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ উচ্চতম ন্যায়ালয়ত মাত্ৰ ৭৬দিনৰ ভিতৰত তিনিগৰাকী ন্যায়াধীশক মুখ্য ন্যায়াধীশ পদত দেখা পোৱা যাব।  ইয়াৰ পূৰ্বে ১৯৯১চনত এটা বছৰত তিনিগৰাকী মুখ্য ন্যায়াধীশ লাভ কৰিছিল উচ্চতম ন্যায়ালয়ে। এইবাৰ ২০২২চনত পুনৰ সেই ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ আগবাঢ়িছে।

দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা এন ভি ৰামানাৰ উপৰি চলিত বছৰতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে দেখা পোৱা যাব ন্যায়াধীশ উদয় ইউ ললিত আৰু ধনঞ্জয় ৱাই চন্দ্ৰচূড়ক।

বৰ্তমান দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই ১৬ মাহ কাৰ্যকাল সমাপ্ত কৰাৰ পিছত অহা ২৬ আগষ্টত অৱসৰ গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ ৰামানাৰ পিছতে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব উদয় ইউ ললিতে। তেওঁ ৮ নৱেম্বৰত অৱসৰৰ পূৰ্বে দুমাহতকৈ কিছু অধিক সময় দেশৰ মুখ্য ন্যায়াধীশ পদত থাকিব।

লগতে পঢ়ক: আৰক্ষীৰ গৃহতে চোৰ! আৰক্ষী সঞ্চালক প্ৰধানৰ প্ৰতিশ্ৰুতিৰ পাছতো কিদৰে ভাইৰেল হ’ল উপ পৰিদৰ্শকৰ প্ৰশ্নকাকত?

ন্যায়াধীশ উদয় ইউ ললিতৰ অৱসৰৰ পিছত ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচূড়ে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’ব। মুখ্য ন্যায়াধীশ হিচাপে তেওঁ দুবছৰীয়া কাৰ্যকাল লাভ কৰিব। এইদৰে ২৬ আগষ্টৰ পৰা মাত্ৰ ৭৬দিনৰ ভিতৰত তিনিগৰাকী ব্যক্তিক দেশৰ মুখ্য ন্যায়াধীশ পদত কাৰ্যনিৰ্বাহ কৰা দেখা যাব।

ইয়াৰ পূৰ্বে ১৯৯১ চনত ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে একেটা বৰ্ষতে তিনিগৰাকী ন্যায়াধীশে দায়িত্ব লৈছিল। সেই বৰ্ষৰ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ে লাভ কৰিছিল তিনিগৰাকী মুখ্য ন্যায়াধীশ।

লগতে পঢ়ক: গ্ৰেপ্তাৰ হোৱা পৰীক্ষাৰ্থীসকলক শীঘ্ৰেই মুকলি কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

সেই মৰ্মে ১৯৯১ চনৰ ২৪ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাবে ৰংগনাথ মিশ্ৰই অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পিছতে ২৫ নৱেম্বৰত ন্যায়াধীশ কমল নাৰায়ন সিং মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়। তেওঁ সেই বৰ্ষৰ ১২ ডিচেম্বৰলৈকে মাত্ৰ ১৭ দিনৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতে ন্যায়াধীশ এম এইচ কানিয়াই মুখ্য ন্যায়াধীশ হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ ১৯৯১চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৯৯২ চনৰ ১৭ নৱেম্বৰলৈ দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।           

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd