DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ইতিহাস গঢ়াৰ পথত কাটাৰ বিশ্বকাপ! ২২পুৰুষ ফুটবলাৰৰ মেচ পৰিচালনাত ৩ মহিলা ৰেফাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 1, 2022 6:19 pm
96
VIEWS
Share on FacebookShare on Twitter

women referees are officiating at a football World Cup ৩৮ বছৰীয়া ফৰাচী মহিলা ৰেফাৰী ষ্টিফেনি ফ্ৰাপাৰ্টে কাটাৰত জাৰ্মানী আৰু কোষ্টাৰিকাৰ মাজৰ খেলখনৰ মুখ্য ৰেফাৰী হিচাপে দায়িত্বত থাকিব। আন দুগৰাকী মহিলা নাইজা বাক আৰু কাৰেন ডিয়াজ সহযোগী ৰেফাৰী হিচাপে থাকিব।

এই দৃশ্য প্ৰথমবাৰৰ বাবে বিশ্বকাপত দেখা যাব। তিনিগৰাকী মহিলা ৰেফাৰীয়ে ২২ জন পুৰুষ ফুটবলাৰৰ খেলখন পৰিচালনা কৰি দেখা যাব।

লগতে পঢ়ক: বহু কৰ্মীৰ চাকৰি গ’ল যদিও এই মহিলাগৰাকীক ছাঁটাই কৰিব নোৱাৰে এলন মাস্কে; কিন্তু কিয়?

ফ্ৰাপাৰ্টে ইতিমধ্যে এবাৰ ইতিহাস সৃষ্টি কৰিছে। মেক্সিকো আৰু পোলেণ্ডৰ মাজত মঙলবাৰে অনুষ্ঠিত হোৱা খেলখনত তেওঁ চতুৰ্থ ৰেফাৰী আছিল যাক এতিয়া ফ’ৰ্থ অফিচিয়েল বুলি কোৱা হয়।

এগৰাকী ফ’ৰ্থ অফিচিয়েল হোৱাটো নিঃসন্দেহে ডাঙৰ কথা, কিন্তু মুখ্য ৰেফাৰী হিচাপে এনে এক গুৰুত্বপূৰ্ণ মেচ পৰিচালনাৰ দায়িত্বত থকাটো বহু বেছি কৃতিত্ব আৰু সন্মানৰ বিষয়। তদুপৰি, দুগৰাকী সহকাৰী ৰেফাৰীও মহিলা। ফলস্বৰূপে, এগৰাকী মহিলা ৰেফাৰী আৰু তেওঁৰ দুজন সহযোগীয়ে পুৰুষ ফুটবলাৰসকলক কেনেদৰে চম্ভালে চাবলৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে।

ফ্ৰাপাৰ্ট আগতে ২০২০ চনৰ চেম্পিয়নছ লীগত দায়িত্ব পাল কৰা প্ৰথম মহিলা ৰেফাৰী হৈ পৰিছিল। তেওঁ আগৰ বছৰ ইউৰোপিয়ান চুপাৰ কাপত লিভাৰপুল বনাম চেলচিৰ দৰে ৰোমাঞ্চকৰ খেল পৰিচালনা কৰিছিল।

লগতে পঢ়ক: সংকটমোচক নেতা! চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ ৯৬ বছৰ বয়সত মৃত্যু

কাটাৰত খেলখন পৰিচালনা কৰিবলৈ মুঠ ৩৬ জন লোকক বাছনি কৰা হৈছে। ফ্ৰাপাৰ্টৰ উপৰিও, আন দুগৰাকী মহিলা হৈছে ৰাৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ ইয়োশিমি য়ামাচিতা।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd