• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত নিষিদ্ধ বাংলাদেশৰ খাদ্য কোম্পানী ‘প্ৰাণ’, অনিশ্চয়তাত অৰ্থনৈতিক ভৱিষ্যত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2025 1:19 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নতুন আমদানি নিষেধাজ্ঞাৰ বাবে বাংলাদেশৰ কেইবাটাও ৰপ্তানিকাৰক কোম্পানী, ইয়াৰে এটা হৈছে PRAN RFL Group, বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ভাৰতৰ বাণিজ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে যে বাংলাদেশৰ পৰা স্থলবন্দৰৰ জৰিয়তে আৰু ভাৰতৰ বজাৰত কিছুমান সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰিব। ইয়াৰ ভিতৰত ৰেডিমেড কাপোৰ, ফল-মূল, ফলৰ সোৱাদযুক্ত পানীয়, প্ৰচেছড খাদ্য, কপাহ, সূতা, প্লাষ্টিকৰ সামগ্ৰী, কাঠৰ আচবাব আদি অন্যতম।

ৰপ্তানি বাংলাদেশৰ অৰ্থনীতিৰ এক প্ৰধান স্তম্ভ, বিশেষকৈ ৰেডিমেড গাৰ্মেণ্ট খণ্ড। প্ৰতি বছৰে শ শ কোটি টকা ভাৰতৰ লগতে অন্যান্য দেশলৈ ৰপ্তানি কৰা হয়। যদিও ভাৰতত ৰেডিমেড গাৰ্মেণ্টৰ বৃহৎ বজাৰ আছে, এইবাৰ সেই ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট হ্ৰাস পাইছে। এই সামগ্ৰীসমূহ আৰু স্থলপথেৰে ভাৰতৰ বজাৰত প্ৰৱেশ কৰিব নোৱাৰিব, কিন্তু সাগৰীয় পথেৰে— কলকাতা বা মুম্বাইৰ বন্দৰেৰে প্ৰৱেশ কৰিব পাৰিব। কিন্তু পানীৰে পৰিবহণ ব্যয়বহুল হোৱাৰ বাবে ক্ষতিৰ আশংকা বাঢ়িছে।

Apply Now

এই নিষেধাজ্ঞাই বাংলাদেশৰ অন্যতম বৃহৎ ঔদ্যোগিক গোট প্ৰাণ আৰ এফ এলৰ ওপৰত আটাইতকৈ ডাঙৰ আঘাত হানিছে। প্ৰচেছড খাদ্য, ফল-মূল, পানীয় আদিৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূব অঞ্চল, উত্তৰ বংগ, আৰু দক্ষিণ বংগত প্ৰাণৰ সামগ্ৰীয়ে অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে। কলকাতাৰ বিভিন্ন টেলিভিছন শ্ব’তো প্ৰাণৰ পৃষ্ঠপোষকতা লক্ষ্য কৰা হৈছে। ভাৰতলৈ কোম্পানীটোৰ বাৰ্ষিক ৰপ্তানি প্ৰায় ৬ কোটি মাৰ্কিন ডলাৰ। ফলত এনে সিদ্ধান্তই সংগঠনটোৰ ভৱিষ্যতক লৈ উদ্বেগ বৃদ্ধি কৰিছে।

প্ৰাণ আৰ এফ এলৰ সঞ্চালক কামৰুজ্জামান কমলে কয় যে ভাৰতত আমাৰ প্ৰায় প্ৰতিটো প্ৰডাক্ট কেটেগৰী প্ৰভাৱিত হৈছে।এয়া কেৱল আমাৰ কোম্পানীৰ বাবেই নহয় দেশৰ বাবেও এক ডাঙৰ ভাবুকি। বহু গুৰুত্বপূৰ্ণ সামগ্ৰীৰে ভৰ্তি ট্ৰাক সীমান্তত আবদ্ধ হৈ আছে বা উভতাই পঠিয়াই যোগান শৃংখলত ব্যাঘাত জন্মাইছে।

যি সময়ত দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্ক কিছু কঠিন হৈ পৰিছে, সেই সময়তে এই সিদ্ধান্ত লোৱা হৈছে। ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰ শ্বেখ হাছিনাৰ চৰকাৰে ২০২৪ চনৰ শেষৰ ফালে ক্ষমতা ত্যাগ কৰি বৰ্তমান ভাৰতত স্ব-আৰোপিত নিৰ্বাসনত জীৱন কটাবলগীয়া হৈছে। বহুতে ভাৰতৰ এই নতুন পদক্ষেপক ৰাজনৈতিক প্ৰতিশোধ হিচাপে গণ্য কৰিছে।

বিশ্লেষকসকলৰ মতে, দুয়োখন দেশৰ মাজত পাৰস্পৰিক বুজাবুজিৰ অভাৱ আৰু ৰাজনৈতিক অস্থিৰতাই এই বাণিজ্যিক সংকটৰ আঁৰৰ মূল চালিকা শক্তি। যদিহে শীঘ্ৰে কূটনৈতিক সমাধানত উপনীত নহয়, তেন্তে বাংলাদেশৰ ৰপ্তানি নিৰ্ভৰশীল অৰ্থনীতিয়ে বিশেষভাৱে ভাৰতৰ ওপৰত নিৰ্ভৰশীল কোম্পানীসমূহৰ বাবে ডাঙৰ আঘাতৰ সন্মুখীন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd