• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মই বিজেপিৰ বিৰুদ্ধে গছৰ মুঢ়া এটাকো ভোট দিবলৈ ভাল পাম : অখিল গগৈ

লোকসভা নিৰ্বাচনৰ পাছত বিকল্প সক্ৰিয় ৰাজনৈতিক দল গঠনৰ ইংগিত অখিল গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2019 10:24 pm
Akhil Gogoi

মাছখোৱাস্থিত প্ৰাগজ্যোতিষ প্ৰকল্পত নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত ভাষণৰত অখিল গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অতি স্পষ্টভাৱে উত্থাপন কৰিব বিচাৰিছো মই অখিল গগৈয়ে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এটা গছৰ মুঢ়াকো ভোট দিবলৈ ভাল পাম”, মাছখোৱাস্থিত প্ৰাগজ্যোতিষ প্ৰকল্পত নাগৰিক সমাজে আয়োজন কৰা যুৱ অভিৱৰ্তনত ভাষণ ৰাখি এই ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ।

গগৈয়ে ভাষণ প্ৰসংগত কয় যে বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনৰ কোনো যোগ্যতা থকাৰ প্ৰয়োজন নাই।

Apply Now

ইপিনে দেশখনক বচাবলৈ হ’লে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিব লাগিব বুলি গগৈয়ে জনসাধাৰণক আহ্বান জনায়।

“যদি সঁচাকৈ দেশ বচাব লাগে, গণতন্ত্ৰ, সংবিধান বাচিব লাগে তথা নিবনুৱা সমস্যা সমাধান কৰিব লাগে, তেন্তে প্ৰত্যেকজন নাগৰিকে মুকলি মূৰীয়াকৈ চিঞৰি চিঞৰি ক’ব লাগিব “আমি এই নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবই লাগিব”, বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান জনাই কয় কৃষক নেতাজনে।

গগৈৰ মতে “ভাৰতৰ প্ৰত্যেকজন মানুহ নৰেন্দ্ৰ মোদীতকৈ যোগ্য। বিজেপিক পৰাভূত কৰাটো দেশৰ প্ৰত্যেকজন দেশপ্ৰেমিক নাগৰিকৰ বাবে জাতীয় দায়িত্ব।”

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশৰ পৰা মানুহ আনিব খোজা বিজেপিৰ বিৰুদ্ধে অসমীয়া ৰাইজে স্থিতি ল’ব নোৱাৰিলে তেতিয়া ‘অসমীয়া’ হৈ জীয়াই থকাৰ কোনো অৰ্থ থাকিব নোৱাৰে বুলিও এক তেওঁ এক মন্তব্য কৰে।

আনহাতে, লোকসভা নিৰ্বাচনৰ পাছতেই সক্ৰিয় ৰাজনীতিলৈ অহাৰ কথা ঘোষণা কৰে গগৈয়ে। লগতে বিজেপি নাইবা কংগ্ৰেছক ভোট নিদিবৰ বাবে কাকো আহ্বান নজনায় বুলিও স্পষ্ট কৰে নেতাজনে।

“কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বহু শুভাকাংক্ষীৰ দাবী অনুসৰি লোকসভা নিৰ্বাচনৰ পাছত বিকল্প ৰাজনৈতিক শক্তিৰ বাবে একেলগে কাম কৰি যাম”, নিকট ভৱিষ্যতৰ ৰাজনৈতিক পৰিকল্পনাৰ ইংগিত দি গগৈয়ে কয়।

তদুপৰি ২০১৪ চনত কংগ্ৰেছক পৰাভূত কৰাটো জাতীয় দায়িত্ব আছিল বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছ আৰু বিজেপি পুঁজিপতি আৰু জমিদাৰৰ দল। গতিকে এই দুটা দলক পৰাভূত কৰাটো জাতীয় দায়িত্ব।”

“এবাৰ কংগ্ৰেছ, এবাৰ বিজেপি এনেকৈয়ে মোৰ জীৱনটো যাব, গতিকে অহা বাৰৰ পৰা কংগ্ৰেছ-বিজেপি এটাও নকওঁ। ২০১৯-য়েই শেষ। এইবাৰ বিকল্প দল এটাৰ কথাহে ক’ম।” গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd