• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত ৬ মাহত ২.৫ কোটি আধাৰ কাৰ্ড বাতিল, জানক কাৰ কাৰ নাম কৰ্তন হ’ল এই তালিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 8:15 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ দেশৰ আধাৰ কাৰ্ড ব্যৱস্থাত এক ডাঙৰ পৰিৱৰ্তন আনিছে। যোৱা মাত্ৰ ৬ মাহৰ ভিতৰত সমগ্ৰ দেশতে প্ৰায় ২.৫ কোটি আধাৰ কাৰ্ড বাতিল কৰা হৈছে। এই তথ্যই বৰ্তমান দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে কাৰণ ২০১১ চনৰ পৰা ২০২৫ চনলৈ এই দীঘলীয়া ১৪ বছৰত যিমান সংখ্যক আধাৰ কাৰ্ড বাতিল হৈছিল, তাৰ তুলনাত যোৱা ৬ মাহতে দুগুণ অধিক কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। অৱশ্যে এই কাৰ্যত সাধাৰণ ৰাইজে চিন্তিত হোৱাৰ কোনো বিশেষ কাৰণ নাই।

দৰাচলতে এই বৃহৎ সংখ্যক আধাৰ কাৰ্ড যিসকল লোকৰ নামত বাতিল কৰা হৈছে, সেইসকল আটাইকেইজনেই মৃত ব্যক্তি। দেশত মৃত্যুৰ হাৰৰ তুলনাত আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰাৰ হাৰ যোৱা কেইবছৰমানত অতি কম আছিল। পূৰ্বে দাখিল কৰা এক আৰ টি আইৰ উত্তৰত ইউআইডিএআইয়ে জনাইছিল যে ১৪ বছৰত মাত্ৰ ১.১৫ কোটি আধাৰ কাৰ্ডহে বাতিল হৈছিল, যিটো চৰকাৰী মৃত্যুৰ হাৰৰ হিচাপতকৈ বহু কম। ইয়াৰ ফলত দেশত বহুতো অস্তিত্বহীন লোকৰ নামত আধাৰ কাৰ্ড সক্ৰিয় হৈ আছিল আৰু ইয়াৰ অপব্যৱহাৰ হোৱাৰ এক ভয়াৱহ সম্ভাৱনা গঢ়ি উঠিছিল।

Apply Now

চৰকাৰে সংসদত জনোৱা অনুসৰি মৃত্যুৰ হাৰ আৰু আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰাৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰিবলৈ এই খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰা হৈছে। মৃতকৰ আধাৰ কাৰ্ডসমূহ সক্ৰিয় হৈ থাকিলে বিভিন্ন চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰা বা ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰাৰ দৰে অপৰাধমূলক কাৰ্যৰ সুযোগ থাকে। যিহেতু বৰ্তমান আধাৰ অবিহনে কোনো চৰকাৰী সেৱা লাভ কৰাটো সম্ভৱ নহয়, সেয়েহে এই সুৰুঙা বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। মৃত লোকসকলৰ পৰিচয় ব্যৱহাৰ কৰি যাতে কোনো ধৰণৰ জালিয়াতি হ’ব নোৱাৰে, সেই লক্ষ্যৰেই এই আধাৰ কাৰ্ডসমূহ সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd