• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰিলায়েন্স জিঅ’ৰ টাৱাৰ নিৰ্মাণৰ নামত সক্ৰিয় দুষ্ট চক্ৰ : সাধাৰণ গঞা ৰাইজক ঠগি ধন লুটাৰ ফন্দি!

মিণ্টু দাস by মিণ্টু দাস
October 25, 2018 5:37 pm
408e325a-d008-4ae9-87cd-23dc9485da65

প্রতিনিধিত্বমূলক ফটো

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ম’বাইল আৰু ইন্টাৰনেট সেৱাৰ অপৰিসীম জনপ্ৰিয়তাৰ গইনা লৈ বিভিন্ন ম’বাইল ফোন সেৱা প্ৰদানকাৰী সংস্থাই নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ স্বাৰ্থত ব্যাপক প্ৰতিদ্বন্দ্বিতাত নামি পৰাৰ সময়তে নগাঁও জিলাত ৰিলায়েন্স জিঅ’ সেৱাৰ টাৱাৰ নিৰ্মাণৰ নামত এক দুষ্ট চক্ৰ সক্ৰিয় হৈ উঠাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত খবৰ মতে, নিজকে ৰিলায়েন্স জিঅ’ কোম্পানীৰ কৰ্মচাৰী বুলি চিনাকি দি এই দুষ্ট চক্ৰটোৱে জিলাখনৰ বিভিন্ন অঞ্চলত সোমাই পৰি সহজ-সৰল গঞা ৰাইজক ঠগি ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছে।

Apply Now

উক্ত চক্ৰটোৱে নিৰ্দিষ্ট একাংশ লোকক নিৰ্বাচন কৰি নানা চলাহী কথাৰে জিঅ’ৰ টাৱাৰ তেওঁলোকৰ মাটিত নিৰ্মাণ কৰাৰ কথা কৈ তাৰ বাবদ মোটা অংকৰ মাহেকীয়া ভাড়া আৰু টাৱাৰটো পৰিচালনা কৰাৰ বাবদ মাটিৰ গৰাকীৰ ঘৰৰ এজনক চাকৰি প্ৰদানৰ আশ্বাস দি ইয়াৰ বিনিময়ত কোম্পানীক আমানত ধন জমা দিয়াৰ নিয়মৰ কথাৰে কৌশলেৰে ধন সংগ্ৰহৰ অভিযান অব্যাহত ৰাখিছে।

বৰ্তমান এই অসাধু চক্ৰটোৱে বটদ্ৰৱা, হাতীচোং, ধিং, মৈৰাবাৰী, জুৰীয়া, ৰূপহহাট, চামগুৰি, ৰহা, চাপৰমুখ, ননৈ, পাঠৰী, বঢ়মপুৰ, বেবেজীয়, ৰাঙলু, কঠীয়াতলি আদি অঞ্চলত সোমাই পৰি বহুকেইজন লোকৰ পৰা জিঅ’ৰ টাৱাৰ নিৰ্মাণ কৰি দিয়াৰ ভুৱা আশ্বাসেৰে এক লাখৰ পৰা ডেৰ লাখ টকা দাবী কৰি ইতিমধ্যে ইয়াৰে আগধন সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ মতে, জিলাখনৰ এগৰাকী যুৱ নেতাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা এই দুষ্টচক্ৰটোৰ হৈ উপৰোক্ত অঞ্চলবোৰত টাৱাৰ নিৰ্মাণৰ নামত কেইৱাজনো যুৱক বৰ্তমান এই অভিযানত নামি পৰিছে। আনকি, জিঅ’ ৰিলায়েন্স কোম্পানীৰ নাম লৈ কলকতা, দিল্লীৰ পৰা বিভিন্ন লোকক এইদৰে ফোন কৰে।

জানিব পৰা মতে, এই ফোনকল সাংবাদিকেও পাইছে। কিন্তু, সিফালৰ পৰা কৰা ফোনত কেনেবাকৈ সাংবাদিক বুলি জানিলে কোনো কথা-বতৰা নোকোৱাকৈ কাটি দিয়ে আৰু কেতিয়াও ফোন নকৰে।

অভিযোগ অনুসৰি এই কাণ্ডৰ লগত একাংশ চৰকাৰী কৰ্মচাৰীও জড়িত হৈ পৰিছে অঞ্চলসমূহত। কিন্তু, এনেদৰে চৰকাৰী কৰ্মচাৰী হৈ জিঅ’ৰ টাৱাৰ নিৰ্মাণৰ নামত ধন সংগ্ৰহৰ যি অভিযান চলাইছে তাক লৈ সচেতন মহলৰ মাজত গভীৰ ৰহস্যৰ সৃষ্টি হোৱাৰ বিপৰীতে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জিঅ’ ম’বাইল কোম্পানীৰ কোনো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে।

ইপিনে, টাৱাৰ এটা কোন ঠাইত বহোৱাব পাৰি সেইটো নিৰ্দিষ্ট কোম্পানীটোৱেহে ঠিৰাং কৰে৷ সেয়েহে, আচলতে গঞা ৰাইজক কৌশলেৰে ঠগাই টাৱাৰ প্ৰদানৰ ভুৱা প্ৰতিশ্ৰুতিৰে এই সুবিধাবাদী দুষ্ট চক্ৰটোৱে ধন সৰকোৱাৰ ফন্দি পতা বুলিহে আন একাংশ সচেতন নাগৰিকে সন্দেহ ব্যক্ত কৰিছে।

এই সন্দৰ্ভত নগাঁৱৰ সচেতন মহলে ৰিলায়েন্স জিঅ’ কৰ্তৃপক্ষক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd