• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিমান টকালৈ আয়কৰ নালাগে; বৃদ্ধি কৰা হৈছে আই টি ৰিটাৰ্ণৰ সময়; বাজেটত প্ৰবাসী ভাৰতীয়লৈ সুযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 1, 2026 1:32 pm
124
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে পূৰ্বৰ ৩১ ডিচেম্বৰৰ ভিতৰত আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। সেই ক্ষেত্ৰত সামান্য জৰিমনা আদায় দিব লাগিব।

আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমাও পৰ্যায়ক্ৰমে সলনি কৰা হৈছে। আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰৰ অধীনত আয়কৰ ৰিটাৰ্ণ দাখিল কৰাসকলে ৩১ জুলাইৰ ভিতৰত সেই কাম কৰিব লাগিব। অডিট নকৰা ব্যৱসায় বা ট্ৰাষ্টৰ ক্ষেত্ৰত ৩১ আগষ্টলৈকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিব পাৰিব।

Apply Now

কৰ আৰু আয়কৰৰ সৈতে জড়িত ডাঙৰ ঘোষণা

১) ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন।

২) গাড়ী দুৰ্ঘটনাত দাবী সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে এক বৃহৎ ঘোষণা কৰে। ‘মটৰ দুৰ্ঘটনা দাবী ন্যায়াধিকৰণ’ (মটৰ এক্সিডেন্ট ক্লেিমছ ট্ৰিবুনেল)ৰ জৰিয়তে লাভ কৰা সুত আয়কৰৰ পৰিসৰৰ বাহিৰত থাকিব। কোনো টিডিএছ (Tax Deducted at Source) কৰ্তন কৰা নহ’ব।

৩) লিবাৰেইজড ৰেমিটেঞ্চ স্কীম (LRS)ৰ অধীনত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত TCS (Tax Collected at Source) ৰ হাৰ পাঁচ শতাংশৰ পৰা দুই শতাংশলৈ হ্ৰাস কৰা হৈছে।

৪) ২০৪৭ চনলৈ কৰ ছুটী (টেক্স হলিডে) ঘোষণা কৰা হৈছে। ভাৰতীয় কোম্পানীক সেৱা আগবঢ়োৱা সেই সকলো বিদেশী কোম্পানীয়ে এই সুবিধা লাভ কৰিব।

৫) কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়েও প্ৰবাসী ভাৰতীয়সকলক বাজেটত ভাল খবৰ দিছে। ভাৰতীয় কোম্পানীক মূলধনী সামগ্ৰী যোগান ধৰিলে প্ৰবাসী ভাৰতীয়সকলে পাঁচ বছৰৰ বাবে আয়কৰ ৰেহাই পাব বুলিও তেওঁ জনায়।

নতুন আয়কৰ গাঁথনি – কিমান কৰ আদায় দিব লাগিব?

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আশা কৰা ধৰণেই আগবাঢ়িছে। এইবাৰ আয়কৰৰ গাঁথনি সলনি হোৱা নাই। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেটত ঘোষণা কৰা হৈছিল নতুন আয়কৰ গাঁথনি। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন আয়কৰ গাঁথনিত কৰ কৰ্তনৰ সীমা ১২ লাখ টকালৈ বৃদ্ধি কৰে। পূৰ্বে এয়া ৭ লাখ টকা আছিল। দৰমহা পোৱাসকলে ষ্টেণ্ডাৰ্ড ডিডকচন হিচাপে ৭৫ হাজাৰ টকাৰ অতিৰিক্ত সুবিধা লাভ কৰিছে। কিন্তু নতুন আয়কৰ গাঁথনিত কোনো অতিৰিক্ত কৰ ৰেহাইৰ ব্যৱস্থা নাই।

আয়কৰ আদায়ৰ শ্লেব

১) ৪ লাখ টকা পৰ্যন্তঃ শূন্য।

২) ৪ লাখৰ পৰা ৮ লাখ টকা : ৫ শতাংশ।

৩) ৮ লাখৰ পৰা ১২ লাখ টকা : ১০ শতাংশ।

৪) ১২ লাখ টকাৰ পৰা ১৬ লাখ টকা : ১৫ শতাংশ।

৫) ১৬ লাখ টকাৰ পৰা ২০ লাখ টকা : ২০ শতাংশ।

৬) ২০ লাখৰ পৰা ২৪ লাখ টকাঃ ২৫ শতাংশ।

৭) ২৪ লাখতকৈ অধিক: ৩০ শতাংশ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd