• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সূৰ্য গিৰি জিলা পৰিষদৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰত্যাহ্বানৰ সন্মুখীন শাসক-বিৰোধী

নীলমনি শর্মা by নীলমনি শর্মা
December 4, 2018 6:40 am
IMG-20181203-WA0022

পূব গোৱালপাৰাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পূব গোৱালপাৰা সমষ্টিটোৰ মাটিয়া আৰু সূৰ্যগিৰি জিলা পৰিষদৰ আসন খন দখল কৰাৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ সমষ্টিটোৰ সূৰ্য্যগিৰি জিলা পৰিষদত এই বেলি নিৰ্দলীয় প্ৰাৰ্থীৰ লগত শাসক দলৰ লগতে বিৰোধী দলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ৷

সমষ্টিৰ কংগ্ৰেছী বিধায়ক এ কে ৰছিদ আলমে তৃণমূল কৰ্মীৰ মতামতক কোনো গুৰুত্ব প্ৰদান নকৰি নিজৰ ৰাজনৈতিক স্থিতি সবলৰ কৰাৰ বাবে নিজৰ ভনীয়েক হামিদা আহমেদক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষুণ্ণ হৈ পৰে বহু কৰ্মী।  উপযুক্ত প্ৰাৰ্থিত্বৰ দাবীদাৰ থকাৰ পাছতো বিধায়ক গৰাকীয়ে নিজৰ ভনীয়েকক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা ঘটনাই কংগ্ৰেছ কৰ্মীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Apply Now

বিধায়ক গৰাকীৰ এই কাৰ্যত ক্ষুব্ধ হৈ একাংশ কংগ্ৰেছী লোকে ছৰিফা আহমেদক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰাই তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছ দলৰ বাবে৷ উল্লেখ্য যে সমষ্টিৰ উন্নয়ন ফালে পিঠি দি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত লাগি পৰা বিধায়ক গৰাকীক উচিত শিক্ষা দিয়াৰ বাবে কংগ্ৰেছ শিবিৰৰ এক বৃহৎ সংখ্যক লোক একত্ৰিত হৈছে নিৰ্দলীয় প্ৰাৰ্থীৰ লগত।

নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থনত সূৰ্য্যগিৰি জিলা পৰিষদৰ আটাইকেইটা গাঁও পঞ্চায়তত তীব্ৰ প্ৰচাৰ অভিযান চলাই দিনে নিশাই নিৰ্বাচনী সভা অনুষ্ঠিত কৰি ইতিমধ্যে ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সমৰ্থ হৈছে।

আনহাতে, পৰিষদৰ আসনখন হস্তগত কৰাৰ বাবে উঠিপৰি লাগিছে শাসকীয় বিজেপি দলৰ লগতে অগপ দলে ৷ অৱশ্যে সূৰ্যগিৰি জিলা পৰিষদত মুল প্ৰতিদ্বন্দ্বিতা ছৰিফা বেগমৰ লগতে হোৱাৰ সম্ভাৱনা প্ৰৱল ৷ একাংশ ৰাইজৰ মতে এই নিৰ্বাচনত শাসক-বিৰোধী এই বাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো এক প্ৰকাৰ নিশ্চিত।

মাটিয়া জিলা পৰিষদত কংগ্ৰেছ, বিজেপি, অগপ আৰু এ আই ইউ ডি এফে প্ৰতিদ্বন্দ্বিতা কৰিছে। অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত এই আসনখনৰ বাবে কংগ্ৰেছৰ তন্দ্ৰা চাংমা, বিজেপিৰ প্ৰিয়ংকা চাংমা, এই আই য়ু ডি এফৰ সুযেয়া চাংমা আৰু অগপ মিনু ৰাণী ব্ৰহ্ম পাঠকে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ সমষ্টিটোত অগপৰ লগতে হ’ব মুল প্ৰতিদ্বন্দ্বিতা ৷ প্ৰত্যেক গৰাকীয়ে ভোটাৰ ৰাইজৰ মন মুহিবলৈ চেষ্টা কৰিছে যদিও সমষ্টিটোৰ মাটিয়া জিলা পৰিষদ আসন খন এইবেলিও অগপৰ হাতলৈ যোৱাৰ সম্ভাৱনাই  বেছি বুলি একাংশ সচেতন ৰাইজে মন্তব্য কৰে ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd