• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেটে-বলে দমনীয় টীম ইণ্ডিয়া! নিউজিলেণ্ডক পৰাস্ত কৰি ১৯ অনুৰ্ধ বিশ্বকাপৰ ছুপাৰ ছিক্সত ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 7:58 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ বছৰ অনুৰ্ধৰ এদিনীয়া বিশ্বকাপতো ভাৰতৰ আধিপত্য অব্যাহত আছে। বাংলাদেশ আৰু আমেৰিকাৰ পিছতে শনিবাৰে আয়ুষ মাত্ৰেৰ দলটোৱে নিউজিলেণ্ডকো পৰাস্ত কৰে। বৰষুণ বিঘ্নিত খেলখনত নিউজিলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে ভাৰতে।

বলিঙৰ জৰিয়তে আৰ এছ অম্বৰীশ আৰু হেনিল পেটেলে আধিপত্য প্ৰদৰ্শন কৰে। পেচাৰ দুজনৰ দমনীয় প্ৰদৰ্শনৰ আগত নিউজিলেণ্ডে মাত্ৰ ১৩৫ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়। বলাৰসকলে গঢ়ি তোলা সহজ লক্ষ্যৰ বাকী কামখিনি আয়ুষ মাত্ৰে, বৈভৱ সূৰ্যবংশীয়ে সম্পন্ন কৰে। ক্ৰিকেটাৰ দুগৰাকীৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে লক্ষ্যত উপনীত হয়। এই জয়েৰে টিম ইণ্ডিয়াই গ্ৰুপ ‘বি’ৰ শীৰ্ষস্থান দখল কৰি ছুপাৰ ছিক্সত স্থান লাভ কৰে।

Apply Now

বৰষুণৰ বাবে আউটফিল্ড তিতি থকাৰ বাবে মেচখন প্ৰায় এঘণ্টা পলমকৈ আৰম্ভ হয়। অভাৰৰ সংখ্যা ৪৭ লৈ হ্ৰাস পায়। টছত জয়ী হৈ ভাৰতীয় অধিনায়ক আয়ুষ মাত্ৰেই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণিৰে পৰা নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল নিউজিলেণ্ডে। যেতিয়া তেওঁলোকৰ স্ক’ৰ ১৭-৩ হয়, তেতিয়া পুনৰ বৰষুণৰ ফলত খেলখন বাধাগ্ৰস্ত হয়।

অলপ বিৰতিৰ পিছত পুনৰ খেল আৰম্ভ হয়। এইবাৰ অভাৰৰ সংখ্যা ৩৭ লৈ হ্ৰাস পায়। কিন্তু ভাৰতীয় পেচাৰৰ আধিপত্যত নিউজিলেণ্ডে ২২ ৰানত ৫ টা উইকেট হেৰুৱাই থানবান হ’বলৈ আৰম্ভ কৰে। এই পৰিস্থিতিৰ পৰা কিছু যুঁজ দিয়ে জেকব কল্টৰ (২৩), কালাম চেমছন (৩৭) আৰু চেলৱিন সঞ্জয়ে (২৮)।

শেষত নিউজিলেণ্ডে ১৩৫ ৰানত অল আউট হয়। খেলখনত অম্বৰীছে ২৯ ৰানত ৪টা উইকেট দখল কৰে। হেনিল পেটেলে ৩ উইকেট দখল কৰে।

ডি এল এছ পদ্ধতিত ভাৰতৰ লক্ষ্য আছিল ১৩০। বেটিঙৰ আৰম্ভণিতে এৰন জৰ্জ (৭)ৰ উইকেট হেৰুৱাইও ভাৰতে কোনো সমস্যাৰ সন্মুখীন নহ’ল। বৈভৱ আৰু আয়ুষে ৭৬ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। বৈভৱে ২৩টা বলত ৪০ ৰানৰ বিস্ফোৰক ইনিংছ খেলি আউট হয়। আয়ুষেও অৰ্ধশতক অৰ্জন কৰে। তেওঁ ২৭টা বলত ৫৩ ৰানৰ ইনিংছ খেলে।

ইয়াৰ পিছত বিহন মালহোত্ৰা আৰু বেদান্ত ত্ৰিবেদীয়ে বাকী কামখিনি সহজে সমাপ্ত কৰি পেলালে। ১৩.৩ অভাৰতে ভাৰতে জয়লাভ কৰে। গ্ৰুপটোৰ তিনিখন খেলৰ তিনিওখন খেলতে জয়লাভ কৰি টিম ইণ্ডিয়াই ছুপাৰ ছিক্সত স্থান দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd