• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাকিস্তানৰ বিৰুদ্ধে সৰ্ববৃহৎ জয়! মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2024 7:32 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলা এছিয়া কাপত ভাৰতীয় মহিলা ক্ৰিকেট দলে পাকিস্তানক পৰাস্ত কৰিলে। ভাৰতীয় বলাৰৰ সন্মুখত পাকিস্তানী ক্ৰিকেটাৰসকল কাৰ্যতঃ বিধ্বস্ত হৈ পৰে। পুৰুষ দলৰ ফৰ্মেটত যিদৰে পাকিস্তানৰ ক্ৰিকেটাৰসকলে শেহতীয়াকৈ ভাৰতীয় দলৰ বিৰুদ্ধে বাৰে বাৰে বিপৰ্যস্ত হয়, সেইদৰে এছিয়া কাপৰ প্ৰথমখন খেলতে পাকিস্তান মহিলা দলক অনায়াসে পৰাস্ত কৰে টিম ইণ্ডিয়াই।

বলাৰৰ শক্তিৰ বাবে খেলৰ আৰম্ভণিৰে পৰাই নিয়ন্ত্ৰণ ভাৰতৰ হাতত আছিল। পাকিস্তানৰ বেটিং লাইন আপদিশহাৰা হৈ পৰে। ১০০ ৰানৰ সীমাত উপনীত হ’বলৈকে হাবাথুৰি খাব লগা হয়। প্ৰত্যুত্তৰত স্মৃতি মান্ধনা, শেফালী বাৰ্মাহঁতে জয়ৰ বাবে প্ৰয়োজনীয় ৰানখিনি সহজেই তুলি লয়।

এই ক্ষেত্ৰত পিটছৰ কিছু উন্নতিৰ ফলত  লাভৱান হয় ভাৰত। নিদা দাৰৰ পাকিস্তানে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়। সেই সিদ্ধান্তই আচলতে তেওঁলোকৰ বাবে বুমেৰাং হৈ পৰিল। পাকিস্তানৰ বিৰুদ্ধে এয়া আছিল ভাৰতৰ সৰ্ববৃহৎ জয়। মহিলা আৰু পুৰুষৰ টি-২০ত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ব্যৱধানত জয়লাভ কৰে ভাৰতে। মহিলা এছিয়া কাপত ৩৫টা বল বাকী থকা অৱস্থাত ৭ উইকেটত জয়লাভ কৰে স্মৃতি মান্ধনা, হৰমনপ্ৰীত কৌৰ বাহিনী।

Apply Now

পূজা বষ্ট্ৰেকাৰে আৰম্ভণিতে পাকিস্তানৰ বেটিং লাইন আপত আঘাত হানে। ভাৰতীয় মহিলা দলৰ এই শক্তিশালী বলাৰগৰাকীয়ে একেৰাহে দুই অ’পেনাৰক উভতাই পঠিয়ায়। তাৰ পাছত আন এগৰাকী বেগী বলাৰ ৰেণুকা সিঙেও নিজৰ কান্ধত দায়িত্ব লয় । তেওঁ ছিদ্ৰা আমিন আৰু ইৰাম জাভেদক আউট কৰে। ৰেনুকাই মাত্ৰ ১৪ ৰান দি চাৰি অভাৰত দুটা উইকেট দখল কৰে।

অৱশ্যে ভাৰতৰ দীপ্তি শৰ্মাই মিডল অৰ্ডাৰত পাকিস্তানৰ বেটিং লাইন আপ ভাঙি পেলায়। এই স্পিনাৰৰ ঘূৰ্ণীত পাকিস্তানী বেটাৰসকল বাস্তৱিকতে দিশহাৰা হৈ পৰে। দীপ্তিয়ে তিনিটা উইকেট দখল কৰে। চাৰি অভাৰত মাত্ৰ ২০ ৰান দি লাভ কৰে এই কেইটা উইকেট। শেষত স্পিনাৰ শ্ৰেয়াংকা পাটিলেও ৩.২ অভাৰ বলিং কৰি ১৪ ৰানত ২টা উইকেট দখল কৰে। পাকিস্তানৰ মহিলা দলৰ ইনিংছ ১৯.২ অভাৰত ১০৮ ৰানতে বন্ধ হৈ পৰে।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ১৪.১ অভাৰৰ ভিতৰতে জয়ৰ বাবে প্ৰয়োজনীয় ৰানখিনি সংগ্ৰহ কৰে। অ’পেনাৰ দুগৰাকীয়ে দ্ৰুত গতিত আৰম্ভণি কৰে। সহ অধিনায়ক স্মৃতি মান্ধনাই ৩১টা বলত ৪৫ ৰান সংগ্ৰহ কৰে। শ্বেফালী বাৰ্মাইও ২৯টা বলত ৪০ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলে। প্ৰথম উইকেটত তেওঁলোকৰ ৮৫ ৰানৰ পাৰ্টনাৰশ্বিপৰ সৌজন্যত ভাৰতে মেচ জয়ৰ ভেটি গঢ়ি তোলে।

শেষত হৰমনপ্ৰীত কৌৰ আৰু জেমিমা ৰড্ৰিগেজে উইকেটত থাকি খেলখনত ভাৰতক জয়ী কৰি খেলপথাৰ ত্যাগ কৰে। ৩টা উইকেট দখল কৰা দীপ্তি শৰ্মা মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হয়। এছিয়া কাপত ভাৰতৰ পৰৱৰ্তী খেল দেওবাৰে ইউ এ ইৰ মহিলা দলৰ বিৰুদ্ধে আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd