• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেটে-বলে উজলিল টীম ইণ্ডিয়া; প্ৰথমখন টী-২০ত শ্ৰীলংকাক পৰাস্ত কৰিলে ৩৮ৰাণত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 26, 2021 7:35 am
INdia vs Srilanka
165
VIEWS
Share on FacebookShare on Twitter

শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত ২-১ব্যৱধানত ছিৰিজ জয় কৰাৰ পাছত টী-২০ছিৰিজতো জয়েৰে শৃংখলা আৰম্ভ কৰিছে ভ্ৰমণকাৰী ভাৰতীয় দলে।

তিনিখনীয়া টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাত ৩৮ৰাণত পৰাজিত কৰিছে ভাৰতে।

কলম্বোত ভাৰতৰ ১৬৫ৰাণৰ লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাই ১৮.৩ অভাৰত ১২৬ ৰাণ কৰি অল আউট হৈ যায়। ভাৰতে ১-০ ব্যৱধানত ছিৰিজত অগ্ৰগতি লাভ কৰে।

মূল দলৰ বহুকেইগৰাকী খেলুৱৈক জিৰণি দিয়া ভাৰতে প্ৰথমে বেটিং কৰিবলৈ নামি প্ৰথমটো বলতেই পৃথ্বী শ্ব’ৰ উইকেট হেৰুৱায়।

ইয়াৰ পাছতে অধিনায়ক শিখৰ ধাৱানে ৩৬টা বলত ১টা ছয় আৰু ৪টা চাৰিৰ সহায়ত ৪৬ৰাণ কৰে। সেইদৰে, সূৰ্যকুমাৰ যাদবে ৩৪টা বল খেলি ২টা ছয় আৰু ৫টা চাৰিৰ সহায়ত ৫০ৰাণ কৰে।

তৃতীয় উইকেটৰ যুটীত ধাৱান আৰু যাদৱে ৪৯টা বলত ৬০ৰাণ যোগ দিয়ে। শেষলৈ ইষাণ কিষানে ১৪টা বলত অপৰাজিত ২০ ৰাণ কৰে।

ভাৰতে নিৰ্দিষ্ট ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৬৪ৰাণ কৰে।

ইপিনে, ১৬৫ৰাণৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ নমা শ্ৰীলংকাৰ চাৰিথ আছালংকাৰ বিদায়ৰ লগে লগে ইনিংছত খহনীয়া নামে।

২৬টা বলত ৪৪ৰাণৰ দুৰ্দান্ত ইনিংছ খেলা আছালংকাৰে দীপক চাহাৰৰ বলত পৃথ্বী শ্ব’ৰ হাতত কেচ দি বিদায় লয়। তাৰ পাছত ১৫ৰাণৰ ভিতৰতে বাকী সকলো বেটছমেন আউট হৈ যোৱা শ্ৰীলংকাই নিৰাশাৰে খেলপথাৰ এৰে।

খেলখনত ২২ৰাণৰ বিনিময়ত ৪টা উইকেট দখল কৰা ভুৱনেশ্বৰ কুমাৰক মেন অৱ দ্য মেচ ঘোষণা কৰা হয়।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd