• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উজ্জীৱিত টীম ইণ্ডিয়া! এদিনীয়াৰ পিছত টী-২০ ছিৰিজতো ৱেষ্ট ইণ্ডিজক হোৱাইটৱাছ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2022 10:20 am
india-vs-west-indies-India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এদিনীয়া ছিৰিজত ৱেষ্ট ইণ্ডিজক বিধ্বস্ত কৰা ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই তিনিখন মেচৰ টী-২০ ছিৰিজতো ৩-০ ব্যৱধানত বিজয় সাৱ্যস্ত কৰে। এদিনীয়াৰ দৰেই টী-২০ ছিৰিজতো কেৰিবিয়ান দলক হোৱাইটৱাছ কৰিলে ভাৰতে।

দেওবাৰে তৃতীয়খন তথা ছিৰিজৰ অন্তিমখন টী-২০ত প্ৰথম বেটিং কৰি ভাৰতে ৫ উইকেটৰ বিনিময়ত ১৮৪ৰাণ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি ৱেষ্ট ইণ্ডিজে তেওঁলোকৰ নিৰ্দিষ্ট ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬৭ৰাণতে স্তব্ধ হৈ পৰে।

Apply Now

মেচখনত ভাৰতে ১৭ৰাণত বিজয় সাৱ্যস্ত কৰে। ভাৰতৰ হৈ দীপক চাহাৰ, ভেংকটেশ আয়াৰ আৰু শাৰ্দুল ঠাকুৰে ২টাকৈ উইকেট দখল কৰাৰ বিপৰীতে হৰ্ষল পেটেলে ৩টা উইকেট হস্তগত কৰে।

ভাৰতৰ বিশাল স্ক’ৰ অনুসৰণ কৰি কেৰিবিয়ান দলটোৱে দ্ৰুতভাৱে উইকেট হেৰুৱায়। কাইল মায়াৰ্ছ ৬ৰাণতে দীপক চাহাৰৰ বলত আউট হয়। তাৰ ক্ষন্তেক পিছতে চাহাৰে ছাই হ’পক ৮ৰাণত পেভলিয়নলৈ ওভতাই পঠিয়ায়।

লগতে পঢ়ক: অপহৰণ! নগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মুম্বাইৰ কিশোৰী

আৰম্ভণিৰ এই পতন ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখি ৰ’ভমেন পাৱেল আৰু নিকোলাচ পুৰানে দলৰ বাবে ৪৭ৰাণ যোগ দিয়ে। হৰ্ষল পেটেলৰ বলত পাৱেলে শাৰ্দুল ঠাকুৰৰ হাতত কেচ তুলি দি ২৫ৰাণত বিদায় লয়।

তাৰ পাছতে ৱেষ্ট ইণ্ডিজৰ সেনাপতি কিৰেন পোলাৰ্ডে ৫ৰাণ কৰিয়েই ভেংকটেশ আয়াৰৰ বলত ৰবি বিষ্ণইৰ হাতত কেচ তুলি দিয়ে। অধিনায়ক পোলাৰ্ডৰ পিছতে জেছন হোল্ডাৰো আয়াৰৰ চিকাৰ হয়।

ইপিনে, ৰষ্টন চেজ ১২ৰাণ কৰিয়েই হৰ্ষল পেটেলৰ বলত ক্লিন ব’ল্ড হয়। আনটো দিশত অকলেই যুঁজ দি নিকোলাচ পুৰানে ৬১ৰাণৰ ইনিংছ খেলি বিদায় লয় আৰু ইয়াতেই ৱেষ্ট ইণ্ডিজৰ বিজয়ৰ সকলো সম্ভাৱনাৰ ইতি পৰে।

india-vs-west-indies-live-score_1645372088

আনহাতে, টছত জিকি ৱেষ্ট ইণ্ডিজে ভাৰতক বেটিং কৰিবলৈ পঠিয়ায়। দেওবাৰে ঋতুৰাজ গাইকোৱাড আৰু ঈষান কিষানে ভাৰতৰ হৈ ইনিংছ মুকলি কৰে। মাত্ৰ ৪ৰাণ কৰিয়েই আউট হয় ঋতুৰাজ। ঈষানে কৰে ৩৪ৰাণ।

তিনি নম্বৰত বেটিং কৰিবলৈ নামি ব্যৰ্থ হয় শ্ৰেয়াস আয়াৰ। ব্যক্তিগত ২৫ৰাণ কৰি আউট হয় নিৰ্ভৰযোগ্য বেটছমেনগৰাকী। সেইদৰে অধিনায়ক ৰোহিতেও ১৫টা বল খেলি মাত্ৰ ৭ৰাণ কৰিয়েই পেভলিয়নমুখী হয়।

লগতে পঢ়ক: নতুন আতংক ‘লাছা ফীভ্যাৰ’ ৰোগটোনো কি? ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

এই পৰিস্থিতি ভাৰতৰ ইনিংছৰ গুৰিবঠা ধৰে সূৰ্যকুমাৰ যাদব আৰু ভেংকটেশ আয়াৰে। যাদবে ৬৫ৰাণ কৰি ভাৰতৰ ইনিংছৰ অন্তিমটো বলত আউট হয়। তেওঁ মুছতে ৭টা চাৰি আৰু এটা ছয় কোবায়।

ইপিনে, ভেংকটেশ আয়াৰে ১৯টা বলত অপৰাজিত ৩৫ৰাণ কৰে। যাদব আৰু আয়াৰ যুটীয়ে ইনিংছৰ শেষ দুই অভাৰত ভাৰতৰ বাবে ৪২ৰাণ সংগ্ৰহ কৰে।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd