• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

U-19 World Cup: অনুৰ্দ্ধ-১৯ বিশ্বকাপ ক্ৰিকেটত ইংলেণ্ডক বিধ্বস্ত কৰি বিশ্ব চেম্পিয়ন ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2022 7:47 am
89374421
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক ৪ উইকেটত পৰাজিত কৰি বিশ্ব চেম্পিয়ন হ’ল ভাৰত।

শনিবাৰে এন্টিগুৱাত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ড দলটোৱে। ইনিংছৰ আৰম্ভণিতেই পেচাৰ ৰবি কুমাৰে অধিনায়ক টম পেষ্টসহ দুগৰাকী ইংলেণ্ড বেটাৰক পেভলিয়নলৈ ওভতাই পঠিয়ায়।

আনটো দিশেৰে আন এগৰাকী পেচাৰ ৰাজ বাওয়াইও সমানে আঘাত হানে। দুই ভাৰতীয় পেচাৰৰ দমনীয় প্ৰদৰ্শনত ইংলেণ্ডৰ যুৱ দলটো থৰকবৰক হৈ পৰে। এটা সময়ত ইংলেণ্ডৰ স্ক’ৰ হয়গৈ ৭উইকেটত মাত্ৰ ৯১ৰাণ।

Apply Now

কিন্তু অষ্টম উইকেটৰ যুটীত জেমছ ৰিউ আৰু জেমছ ছেলছে খেলৰ গতি কিছু সলনি কৰি দিয়ে। অৱশেষত ৪৪.৫ অভাৰত ইংলেণ্ডৰ দলটো ১৮৯ৰাণত অল আউট হৈ যায়।

লগতে পঢ়ক: স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

ইংলেণ্ডৰ হৈ  জেমছ ৰিউৱে ৯৫ৰাণ কৰে। ভাৰতৰ ৰাজ বাওয়াই মাত্ৰ ৩১ৰাণ দি ৫টা উইকেট দখল কৰে। ৰবি কুমাৰে দখল কৰে ৪টা উইকেট।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি ভাৰতৰ আৰম্ভণিটোও সন্তোষজনক নহ’ল। অপেনাৰ অংগৰিশ শূন্য ৰাণত আউট হোৱাৰ পাছত অধিনায়ক যশ ধূল আৰু হাৰ্ণুৰ সিঙো ক্ৰমে ১৭ আৰু ২১ৰাণ কৰি আউট হয়।

ইয়াৰ পাছতে ভাৰতৰ ইনিংছ আগবঢ়াই নিয়ে সাইক ৰছিদ, নিশান্ত সাধু আৰু ৰাজ বাওয়াই। ৰছিদে অৰ্দ্ধ শতক কৰে। বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাজ বাওয়াই বেটিঙতো অনবদ্য ৩৫ৰাণৰ বৰঙণি যোগায়।

কিন্তু ভাৰতক বিজয়ৰ পথলৈ লৈ গৈ নায়কত পৰিণত হয় নিশান্ত সিন্ধু। নিশান্তে অপৰাজিত ৫০ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে।

ভাৰতে এইবাৰকে ধৰি মুঠ পাঁচবাৰ অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ জিকিলে। অন্তিম চাৰিখন বিশ্বকাপতেই ভাৰতে ফাইনেল খেলিছে। শেষবাৰ ২০১৮ চনত শুভমন গীলৰ নেতৃত্বৰ ভাৰতীয় দলটো চেম্পিয়ন হৈছিল। এইবাৰ যশ ধূলৰ নেতৃত্বৰ পুনৰ লিখা হ’ল ইতিহাস।    

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm

প্ৰধানমন্ত্ৰী মোদীৰ নীৰৱতাক লৈ চিপিআইৰ প্ৰশ্ন, ৰাম মন্দিৰ অনুদান কেলেংকাৰীক কেন্দ্ৰ কৰি ৰাজনৈতিক চাপ বৃদ্ধি

July 11, 2026 8:55 pm
ইডিয়ে বাজেয়াপ্ত কৰিলে ৰিলায়েন্স গোটৰ ১,০২১ কোটি টকাৰ সম্পত্তি

ইডিয়ে বাজেয়াপ্ত কৰিলে ৰিলায়েন্স গোটৰ ১,০২১ কোটি টকাৰ সম্পত্তি

July 11, 2026 8:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm
সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

সক্ৰিয় ভূ  চ্যুতিৰ ওপৰত বিশ্বৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প : চীনৰ মেগা ডেমক লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন আশংকা

July 11, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd