• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আকৌ হ’ব নেকি লকডাউন! দেশত এদিনতে ক’ৰ’ণাত আক্ৰান্ত ১ লাখ ৩ হাজাৰ ৫৫৮ গৰাকী লোক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 5, 2021 1:13 pm

2 min read

covid_571_855
1.7k
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী সভাত হাজাৰ হাজাৰ মানুহৰ সমাগম দেখি আপুনি মুঠেও আশ্বস্ত নহ’ব যে দেশত ক’ৰ’ণা নাই। ক’ৰ’ণাই এতিয়া পুনৰ ৰুদ্ৰৰ মূতি ধৰি ৰাজ্যই ৰাজ্যই সংহাৰ চলাই গৈছে।

মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দেশত মাৰাত্ম ভাইৰাছ বিধত আক্ৰান্ত হৈছে ১ লাখ ৩ হাজাৰ ৫৫৮ গৰাকী লোক।

এই গতি অব্যাহত থাকিলে দেশত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা কৰা হৈছে।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ১ কোটি ২৫ লাখ ৮৯ হাজাৰ ৬৭ গৰাকী ।

এওঁলোকৰ মাজৰে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১ কোটি ১৬ লাখ ৮২ হাজাৰ ১৩৬ গৰাকী।

দেশত বৰ্তমান ক’ৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা হৈছে ৭ লাখ৪১ হাজাৰ৮৩০ গৰাকী।

২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৪৭৮ গৰাকী লোকে।

সমগ্ৰ দেশতে কাল ক’ৰ’ণাই প্ৰাণ কাঢ়ি নিয়া মুঠ লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৬৫ হাজাৰ ১০১ গৰাকী।

এইবাৰো ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ।ৰাজ্য খনত জাৰি কৰা হৈছে নাইট কাৰ্ফিউ।বিহাৰত ১০ এপ্ৰিল পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে সকলো বিদ্যালয়।

এনে পৰিস্থিতিত অসমতো পুনৰ লক ডাউন হ’ব নেকি সেয়া সাধাৰণ জনতাৰ মুখে মুখে বাগৰি ফুৰা এটা প্ৰশ্ন হৈ পৰিছে। অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত লক ডাউনৰ কোনো সম্ভাৱনা নথকাৰ কথা কৈ আহিছে যদিও এই প্ৰসংগত বহু কথা যিহেতু কেন্দ্ৰ ওপৰত নিৰ্ভৰ কৰে সেয়া মানুহৰ মজত এতিয়াও অনিশ্চয়াতা বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে।

দেশৰ ১৩৩ কোটি জনতাৰ ভিতৰত মাত্ৰ ৭ কোটি ৯১ লাখ ৫ হাজাৰ ১৬৩ গৰাকী লোককহে এতিয়ালৈকে কোভিডৰ ভেকচিন প্ৰদান কৰিব পৰা হৈছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd