• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2022 12:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India defeat West Indies ভাৰতীয় ক্ৰিকেটত ‘হিটমেন’ বুলি পৰিচিত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই আকৌ এবাৰ প্ৰমান কৰি দিলে তেওঁৰ সেই পৰিচয়ৰ প্ৰকৃত অৰ্থ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ চতুৰ্থ খন খেলত ৰোহিত এক অনবদ্য অভিলেখৰ গৰাকী হ’ল। ভাৰতৰ অধিনায়কগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ছয় মৰাৰ ক্ষেত্ৰত শ্বাহিদ আফ্ৰিদিক অতিক্ৰম দ্বিতীয় স্থানত উপনীত হ’ল।

এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৰোহিতৰ ছয়ৰ সংখ্যা ৪৭৭টা। ইয়াৰ ভিতৰত তেওঁ টেষ্টত ৬৪ টা, এদিনীয়াত ২৫০ টা আৰু টি-২০ত ১৬৩ টা ছয় মাৰিছে।

আফ্ৰিদীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৭৬ টা ছয় মাৰিছে। ৰোহিত শৰ্মাৰ আগত কেৱল ক্ৰিছ গেইলহে আছে। তেওঁৰ ছয়ৰ সংখ্যা ৫৫৩টা।

Apply Now

ইপিনে, ৰোহিতৰ নেতৃত্বত ভাৰতে অনায়াসে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ শৃংখলা জয় কৰে। ফলস্বৰূপে  সীমিত অভাৰৰ ক্ৰিকেটত এতিয়াও অধিনায়ক হিচাপে অপৰাজিত হৈ ৰ’ল হিটমেন।

শনিবাৰে ৱেষ্ট ইণ্ডিজক ৫৯ ৰাণত পৰাস্ত কৰি  শৃংখলাৰ এখন খেল বাকী থাকোতে টি-২০ শৃংখলাটো হস্তগত কৰিলে ৰোহিত বাহিনীয়ে। এতিয়া ফ্লৰিডাত দেওবাৰৰ শৃংখলাটোৰ অন্তিমখন খেল কেৱল এক নিয়মৰক্ষাৰ খেল হৈ পৰিল।

শনিবাৰে ৰোহিতে ১৬ টা বলত ৩৩ ৰাণৰ ইনিংছটোৱেই নিকোলাছ পুৰাণৰ দলটোক চাপত পেলাবলৈ যথেষ্ট আছিল। ৰোহিত আৰু সূৰ্যকুমাৰ যাদৱে অপেনিং যুটীত ৫৩ ৰাণ সংগ্ৰহ কৰে। সেয়াও মাত্ৰ আঠাইশটা বলতে। সূৰ্যক আগৰ খেলখনৰ দৰে একে ছন্দত দেখা গৈছিল। কিন্তু ২৪ ৰাণ কৰাৰ পিছত যাদৱ আউট হয়। ঋষভ পন্টে ৩১ টা বলত ৪৪ ৰাণ কৰে। সঞ্জু চেমছন কৰে ৩০  ৰাণ। ফলস্বৰূপে ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত ১৯১ ৰাণ সংগ্ৰহ কৰে।

For his match-winning bowling display of 2⃣/1⃣7⃣, @Avesh_6 bags the Player of the Match award as #TeamIndia take an unassailable lead in the T20I series. 👏 👏 #WIvIND

Scorecard ▶️ https://t.co/DNIFgqfRJ5 pic.twitter.com/T33sZ7Gi5i

— BCCI (@BCCI) August 6, 2022

ইয়াৰ পিছত বাকীখিনি ভাৰতীয় বলাৰসকলে সম্পন্ন কৰে। ৱেষ্ট ইণ্ডিজে ১৯.১ অভাৰত মাত্ৰ ১৩২ ৰাণতে অল আউট হৈ যায়। যুৱ বলাৰ অৰ্শদীপ সিঙে অকলে তিনিটা উইকেট দখল কৰে। আবেশ খান, ৰবি বিষ্ণোই আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট লয়। আৱেশ খানক মেন অফ দ্য মেচ বঁটা দিয়া হয়।

এই জয়ৰ লগতে দলৰ যুৱ বলাৰসকলৰ এই প্ৰদৰ্শনে টীম ইণ্ডিয়াৰ বাবে যথেষ্ট সকাহ আনি দিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd