• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিকাশ নে বিনাশ? উদ্যোগপতিক প্ৰকৃতি ধ্বংসৰ লাইচেন্স দিলে নেকি কেন্দ্ৰই!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2026 11:27 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি উদ্যোগীকৰণৰ প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে বায়ু আৰু পানী প্ৰদূষণ নিয়ন্ত্ৰণ সম্পৰ্কীয় নীতি-নিৰ্দেশনাৱলীত বৃহৎ পৰিৱৰ্তন আনিছে। এতিয়াৰ পৰা উদ্যোগসমূহে বাৰে বাৰে অনুজ্ঞাপত্ৰ নবীকৰণ কৰিব নালাগে। লগতে, আটাইতকৈ বেছি প্ৰদূষণকাৰী শ্ৰেণীৰ অন্তৰ্ভুক্ত উদ্যোগসমূহ স্থাপনৰ ক্ষেত্ৰতো অনুমোদনৰ সময়সীমা হ্ৰাস কৰা হৈছে।

আন এক গুৰুত্বপূৰ্ণ সংস্কাৰ হিচাপে চৰকাৰে ‘কমন এফ্লুয়েণ্ট ট্ৰিটমেণ্ট প্লাণ্ট‘ (CETP) স্থাপনৰ ক্ষেত্ৰত পৰিৱেশ সংক্ৰান্তীয় অনুমতি লোৱাৰ বাধ্যবাধকতাৰ পৰা ৰেহাই দিছে।

Apply Now

পৰিৱেশ সুৰক্ষাৰ দিশটো অটুট ৰাখিও প্ৰশাসনিক বিলম্ব হ্ৰাস কৰা আৰু অনুমোদন প্ৰক্ৰিয়া অধিক দ্ৰুত তথা দক্ষ কৰি তোলাটোৱেই এই নতুন জাননীৰ মূল লক্ষ্য বুলি চৰকাৰে দাবী কৰিছে। সংশোধিত নিয়ম অনুসৰি, ৰঙা শ্ৰেণীৰ (Red Category) অন্তৰ্ভুক্ত যিসমূহ উদ্যোগে পৰিৱেশৰ ওপৰত আটাইতকৈ বেছি নেতিবাচক প্ৰভাৱ পেলায়, সেই উদ্যোগসমূহৰ কাম-কাজ চলাই নিবলৈ অনুমতি (Consent to Operate – CTO) প্ৰদানৰ সময়সীমা ১২০ দিনৰ পৰা ৯০ দিনলৈ হ্ৰাস কৰা হৈছে।

চৰকাৰে ‘বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১‘ আৰু ‘পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪‘-ৰ অধীনত ‘ইউনিফৰ্ম কনচেণ্ট গাইডলাইনছ‘ (Uniform Consent Guidelines) সংশোধন কৰিছে। ইয়াৰ ফলত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উদ্যোগসমূহৰ বাবে অনুমতি লাভৰ প্ৰক্ৰিয়াটো অধিক সহজ হৈ পৰিব। বিশেষকৈ, উৎপাদন বা উদ্যোগটোৰ কাম-কাজ আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় আইনী অনুমতি অৰ্থাৎ ‘কনচেণ্ট টু অপাৰেট‘ (CTO) নবীকৰণত হোৱা পলমৰ বাবে উদ্যোগসমূহৰ কাম-কাজত যি অনিশ্চয়তা বা ব্যাঘাত জন্মিছিল, সেয়াও এতিয়া দূৰ হ’ব।

উল্লেখ্য যে, এই সংশোধনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল অনুজ্ঞাপত্ৰৰ ম্যাদ। নতুন নীতি অনুসৰি, এবাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ পিছত, চৰকাৰে বাতিল নকৰা পৰ্যন্ত ইয়াৰ বৈধতা আজীৱন বাহাল থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd