DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৩ বছৰৰ অন্তত ইউৰোপীয় সংঘৰে অসামৰিক পাৰমাণৱিক চুক্তি ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 4:24 pm
India-EU
48.9k
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত ভাৰতৰ প্ৰতি চীন, পাকিস্তান আদি দেশ সমূহৰ পৰা অহৰহ ভাবুকি আহি আছে সেই সময়তে বুধবাৰে ইউৰোপীয় সংঘৰ সৈতে ভাৰতে অসামৰিক পাৰমাণৱিক চুক্তি স্বাক্ষৰৰ বিষয়ত সহমত ব্যক্ত কৰে।

ভাৰত চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই প্ৰসংগত মন্তব্য কৰি কয় যে ইউৰোপীয় সংঘৰ সৈতে ভাৰতে সুদীৰ্ঘ ১৩ বছৰ ধৰি অসামৰিক পাৰমাণৱিক চুক্তি স্বাক্ষৰৰ বিষয়ক লৈ আলোচনা চলাই গৈছিল।

অৱশেষত ভাৰতে সেই চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লয়।

অলপতে অনলাইন যোগে অনুষ্ঠিত হবলগীয়া ভাৰত-ইউৰোপীয় সংঘ শীৰ্ষ সন্মিলনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ গ্ৰহণ কৰিব।

উক্ত সন্মিলনত ইউৰোপীয় কাউন্সিলৰ মুৰব্বী চাৰ্লছ মিছেল আৰু ইউৰোপীয় কমিছনৰ মুৰব্বী উৰছুলা ভন ডাৰ লিয়েনে অংশগ্ৰহণ কৰিব।

সন্মিলনৰ সময়তে অসামৰিক পাৰমাণৱিক চুক্তি খনৰ ৰুপ ৰেখা প্ৰস্তুত কৰা হব বুলি মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

চুক্তিখন স্বাক্ষৰ হ’লে পাৰমাণৱিক ইন্ধনৰ ক্ষেত্ৰত ভাৰতে ইউৰোপীয় সংঘৰ অন্তৰ্গত দেশ সমূহৰ পৰা  সহায় লাভ কৰিব।

ইউৰোপীয় সংঘৰ ২৭ খন দেশলৈ ভাৰতে ২০১৮-১৯ বৰ্ষত ৫৭ বিলিয়ন মাৰ্কিন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd