• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তান সীমান্তত আকাশ দখল কৰি বৃহৎ যুদ্ধ অনুশীলন চলাব ভাৰতে, জাৰি নোটাম

আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰতে যুদ্ধ অনুশীলন কৰিবলৈ যোৱা অংশটো পাকিস্তানৰ পৰা অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 4, 2026 12:24 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

115
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ আকাশমাৰ্গৰ ঠিক কাষতে ভাৰতে যুদ্ধ অনুশীলন চলাব। হয়, ভাৰতীয় বায়ুসেনাই পশ্চিম ৰাজস্থানৰ আকাশত এক বৃহৎ যুদ্ধ অনুশীলন কৰিবলৈ ওলাইছে। তাৰ বাবে NOTAM জাৰি কৰা হৈছে।

জানিব পৰা মতে, ভাৰতীয় বায়ুসেনাই ২১ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ জয়ছালমেৰ, ফালোডী, বিকানেৰ আৰু যোধপুৰৰ নিকটৱৰ্তী আকাশ সুৰক্ষিত কৰাটো নিশ্চিত কৰিছে।

Apply Now

আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰতে যুদ্ধ অনুশীলন কৰিবলৈ যোৱা অংশটো পাকিস্তানৰ পৰা অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত।

ভাৰতীয় বায়ুসেনাৰ পৰা পোৱা তথ্য অনুসৰি অহা ২১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিশেষ যুদ্ধ অনুশীলন আকাশৰ ৪০ হাজাৰ ফুট উচ্চতাত অনুষ্ঠিত হ’ব।

জনা গৈছে যে বায়ুসেনাই দিনটোৰ বিভিন্ন সময়ত পৰ্যায়ক্ৰমে এই অনুশীলনৰ আয়োজন কৰিব। কোৱা বাহুল্য যে এইবাৰ ভাৰতীয় বায়ুসেনাৰ এই অনুশীলন পূৰ্বৰ যুদ্ধ অনুশীলনতকৈ দীঘলীয়া আৰু বৃহৎ হ’ব।

জানিব পৰা মতে, যিহেতু যোৱা বছৰৰ পৰা ভাৰত আৰু পাকিস্তানে ইটোৱে সিটোৰ আকাশমাৰ্গৰ ওপৰেৰে বিমান উৰণত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে, সেয়েহে পাকিস্তান সীমান্তৰ ঠিক কাষতে ভৱিষ্যতৰ যুদ্ধৰ কথা মনত ৰাখি ভাৰতীয় বায়ুসেনাই এই বৃহৎ সামৰিক অনুশীলনৰ আয়োজন কৰিবলৈ ওলাইছে।

অৱশ্যে উল্লেখ কৰিব লাগিব যে এই বৃহৎ সামৰিক অনুশীলনৰ পূৰ্বে ৯ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈ যোধপুৰ বিমান ঘাটিত ভাৰত-জাপানৰ যৌথ অনুশীলন বীৰ গাৰ্ডিয়ান ২৬ অনুষ্ঠিত হ’ব।

খবৰ অনুসৰি জাপান এয়াৰ ছেল্ফ ডিফেঞ্চ ফোৰ্চে এই অনুশীলনৰ বাবে তিনিখন এফ টু এ যুদ্ধ বিমান আৰু ১১০ জন জোৱান নিয়োগ কৰিব। ভাৰতীয় বিমান ঘাটিৰ পৰা জাপানৰ যুদ্ধ বিমানে প্ৰথমবাৰৰ বাবে উৰা মাৰি ভাৰতীয় সামৰিক অনুশীলনৰ প্ৰশিক্ষণ চলাব।

A NOTAM has been issued from september 21 to october 7 covering Jaisalmer – barmer- phalodi-jodhpur sector , NAL-bikaner is also blocked .

According to sources from CNN-News 18 the security apparatus of pakistan is worried and convened an urgent defence meeting about the Indian… pic.twitter.com/5aqZr2iPiY

— Nightmare (@Nightshade00077) September 3, 2026

এই সকলোবোৰ যোধপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত কৰা হ’ব। আৰু এই প্ৰশিক্ষণ পৰ্যায় শেষ হ’লেই ২১ ছেপ্টেম্বৰৰ পৰা মূল অনুশীলন আৰম্ভ হ’ব। আচলতে পাকিস্তান সীমান্তৰ ঠিক কাষতে ভাৰতীয় বায়ুসেনাৰ এই অনুশীলন নিয়মীয়া প্ৰস্তুতিৰ অংশ যদিও ভৌগোলিক দিশৰ পৰা ই যথেষ্ট তাৎপৰ্যপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

September 30, 2026 10:23 am
সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

সৰ্বোচ্চ ন্যায়ালয়ত মহিলা ন্যায়াধীশৰ সংখ্যা ৩ গৰাকীলৈ বৃদ্ধিৰ সম্ভাৱনা! কলিজেয়ামৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ

September 30, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm
শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

September 30, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd