• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিফল মোদীৰ স্বচ্ছ ভাৰত! প্লাষ্টিক আৱৰ্জনা উৎপন্ন কৰাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত শীৰ্ষ স্থানত আছে ভাৰত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 13, 2024 10:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্লাষ্টিক আৱৰ্জনাই ছানি ধৰিছে সমগ্ৰ পৃথিৱী। প্লাষ্টিক আৱৰ্জনাৰ ফলৰ হোৱা প্ৰদূষণে গোটেই বিশ্বতে ধাৰণ কৰিছে ভয়ানক ৰূপ।

এই প্লাষ্টিক প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে বিশ্বৰ বিভিন্ন সংগঠনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও প্ৰকৃতাৰ্থত সফলতা অৰ্জন কৰিব পৰা নাই।

Apply Now

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী গৱেষণা (UNEP)ৰ মতে, যদি এনেদৰেই প্ৰদূষণ চলি থাকে তেন্তে ২০৫০ চনৰ ভিতৰত সাগৰত মাছৰ উৎপাদন বহু পৰিমাণে হ্ৰাস পাব।

উল্লেখ্য যে কেৱল আমেৰিকাতেই প্ৰতি বছৰে এজন ব্যক্তিয়ে গড়ে ২২১ কিলোগ্ৰাম প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন কৰে। বিশ্বৰ ভিতৰতে সৰ্বাধিক প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে আমেৰিকাই।

আমেৰিকাঃ বিগত চাৰিটা দশকত আমেৰিকাত প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। আমেৰিকাত প্ৰতি বছৰে ৪ কোটি ২০ লাখ মেট্ৰিক টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন হয়। ইয়াৰ বিপৰীতে আমেৰিকাত প্লাষ্টিকৰ আৱৰ্জনা পুনঃব্যৱহাৰ কমিছে। ২০২১ চনৰ পৰিসংখ্যা অনুসৰি মাত্ৰ ৫-৬ শতাংশ প্লাষ্টিকহে পুনঃব্যৱহাৰ কৰা হয়। পৌৰসভাৰ প্লাষ্টিকৰ আৱৰ্জনাসমূহৰ কমেও ৮৫ শতাংশ স্থলভাগত পেলোৱা হয়। আমেৰিকাৰ আন্তঃগাঁথনিয়ে প্লাষ্টিক উৎপাদনৰ ব্যাপক বৃদ্ধিৰ লগত খাপ খুৱাব পৰা নাই।

ভাৰতঃ বিশ্বৰ ভিতৰতে প্লাষ্টিক আৱৰ্জনা উৎপাদনকাৰী দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। এই ক্ষেত্ৰত আমেৰিকাৰ পিছতেই ভাৰতৰ স্থান। ভাৰতত বছৰি প্ৰায় ৯.৪৬ মিলিয়ন টন প্লাষ্টিক আৱৰ্জনা উৎপাদন হয়।

চীনঃ চীনে বছৰি প্ৰায় ৬ কোটি টন প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে। ইয়াৰে ১ কোটি ৬০ লাখ টন পুনঃব্যৱহাৰ কৰা হয়। বৰ্তমান চীনে প্লাষ্টিক আৱৰ্জনা প্ৰদূষণৰ বিৰুদ্ধে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। একক ব্যৱহাৰৰ প্লাষ্টিক নিষিদ্ধ কৰাৰ লগতে বৃত্তাকাৰ অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ব্ৰাজিলঃ বিশ্বৰ চতুৰ্থ বৃহত্তম প্লাষ্টিক আৱৰ্জনা উৎপাদনকাৰী দেশ। ব্ৰাজিলে বছৰি প্ৰায় ১ কোটি ১৩ লাখ টন প্লাষ্টিক আৱৰ্জনাৰ সৃষ্টি কৰে, ইয়াৰে মাত্ৰ ১.২৮ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়।

জাপানঃ জাপানে বছৰি প্ৰায় ৯০ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন কৰে, ইয়াৰে ৪০ শতাংশতকৈ অধিক ডিচপ’জেবল প্লাষ্টিক। বিশ্বজুৰি প্লাষ্টিক পেকেজিঙৰ অন্যতম বৃহৎ গ্ৰাহক হোৱাৰ পিছতো এই আৱৰ্জনাসমূহৰ বহুখিনি সাগৰত বিসৰ্জন দিয়া হয়। জাপানত আৱৰ্জনা পুনঃব্যৱহাৰৰ হাৰ ১৯.৯ শতাংশ।

ইণ্ডোনেছিয়াঃ ইণ্ডোনেছিয়াত বছৰি প্ৰায় ৭৮ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়, ইয়াৰে ৪৯ লাখ টনৰ পুনৰ ব্যৱহাৰ হয়।  ইণ্ডোনেছিয়া চৰকাৰে প্লাষ্টিকৰ আৱৰ্জনা ৰোধৰ বাবে এক কাৰ্যসূচী আৰম্ভ কৰিছে। সাগৰৰ পৰা প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহৰ পদক্ষেপ লৈছে চৰকাৰে। লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত সাগৰীয় প্লাষ্টিকৰ আৱৰ্জনা ৭০ শতাংশ হ্ৰাস কৰা।

ৰাছিয়াঃ ৰাছিয়াত প্লাষ্টিক আৱৰ্জনা উৎপাদন বৃদ্ধি পাইছে। বৰ্তমান এই দেশত ৮৪.৭ লাখ টন প্লাষ্টিক আৱৰ্জনা উৎপাদন হয়।

জাৰ্মানীঃ পুনঃব্যৱহাৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গণ্য হোৱাৰ পিছতো জাৰ্মানী ইউৰোপৰ পেকেজিং আৱৰ্জনা বিশেষকৈ প্লাষ্টিকৰ অন্যতম বৃহৎ উৎপাদনকাৰী দেশ। দেশত প্ৰতি বছৰে প্ৰায় ৬৫ ​​লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপাদন হয়, ইয়াৰে মাত্ৰ ৩৮ শতাংশহে পুনঃব্যৱহাৰ কৰা হয়।

মেক্সিকোঃ মেক্সিকোত প্ৰতি বছৰে ৫৯ লাখ টন প্লাষ্টিকৰ আৱৰ্জনা উৎপন্ন হয়, ইয়াৰে ১৫ শতাংশ পুনঃব্যৱহাৰ কৰা হয়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd