• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্য বন্ধ কৰাৰ বাবে যৌথ পদক্ষেপ ভাৰত আৰু ইটালীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2025 3:44 pm
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ইটালীয়ে সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ একেলগে কাম কৰিবলৈ সন্মত হৈছে। ২৩ নৱেম্বৰ, দেওবাৰে জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক সাক্ষাৎ কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই “সন্ত্ৰাসবাদৰ প্ৰতি বিত্তীয় সাহায্য প্ৰতিহত কৰিবলৈ ভাৰত-ইটালী যৌথ পদক্ষেপ” গ্ৰহণ কৰে। এই পদক্ষেপে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আৰু ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ (এফএটিএফ) আৰু গ্ল’বেল কাউণ্টাৰ টেৰৰিজম ফ’ৰাম (জিচিটিএফ)ৰ দৰে বিশ্বব্যাপী মঞ্চত সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োখন দেশৰ সহযোগিতাৰ ওপৰত আলোকপাত কৰে।

Apply Now

বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে যে ভাৰত আৰু ইটালীৰ কৌশলগত অংশীদাৰিত্ব “শক্তিশালী হৈ আহিছে” আৰু দুয়োখন দেশৰ লোকৰ জীৱন উন্নত কৰিছে। তেওঁ কয় যে এই নতুন যৌথ পদক্ষেপে বিশ্বজুৰি সন্ত্ৰাসবাদী সংগঠনলৈ ধনৰ প্ৰবাহ বন্ধ কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰী মেল’নীয়ে শেহতীয়াকৈ দিল্লীত সংঘটিত সন্ত্ৰাসবাদী কাণ্ডক লৈ ভাৰতৰ সৈতে সংহতি প্ৰকাশ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ ইটালী প্ৰতিশ্ৰুতি প্ৰদান কৰে।

বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, প্ৰযুক্তি, মহাকাশ, কৃত্ৰিম বুদ্ধিমত্তা (এআই), আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ উপায়ৰ বিষয়েও দুয়োগৰাকী নেতাই আলোচনা কৰে।

দুয়োখন দেশেই যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে, যাৰ লক্ষ্য হৈছে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা। তেওঁলোকে চলিত বৰ্ষৰ আৰম্ভণিতে নতুন দিল্লী আৰু ব্ৰেচিয়াত অনুষ্ঠিত হোৱা ব্যৱসায়িক মঞ্চ দুটাক আদৰণি জনায়, য’ত দুয়োখন দেশৰ কোম্পানীসমূহে শক্তিশালী অংশগ্ৰহণ লাভ কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে নেতাসকলে অৰ্থনৈতিক সংযোগ, প্ৰযুক্তিৰ অংশীদাৰিত্ব, উদ্ভাৱন, আৰু যোগান শৃংখল শক্তিশালী কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ শলাগ লৈছে। ইটালীৰ মহাকাশ প্ৰতিনিধি দলৰ সফল ভাৰত ভ্ৰমণৰ কথাও তেওঁলোকে উল্লেখ কৰে, যাৰ ফলত মহাকাশ খণ্ডত সহযোগিতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি সম্পূৰ্ণ কৰাৰ বাবে ইটালীৰ সমৰ্থন পুনৰ দৃঢ় কৰি প্ৰধানমন্ত্ৰী মেল’নীয়ে ২০২৬ চনত এআই ইমপেক্ট ছামিট আয়োজন কৰাৰ বাবে ভাৰতৰ সিদ্ধান্তক আদৰণি জনায়।

দুয়োজন নেতাই গণতন্ত্ৰ, আইনৰ শাসন, আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেলগে কাম কৰি থাকিবলৈ সন্মত হয়।

২০২৩–২৪ চনত ভাৰত আৰু ইটালীৰ মাজত বাণিজ্য প্ৰায় ১৫ বিলিয়ন ডলাৰ আছিল, আনহাতে ভাৰতত ইটালীৰ বিনিয়োগ ২০০০ চনৰ পৰা প্ৰায় ৪ বিলিয়ন ডলাৰ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd