DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গিলগিট-বাল্টিস্তানত চীন-পাকিস্তানে বনাবলগীয়া নদীবান্ধৰ তীব্ৰ বিৰোধিতা ভাৰতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 7:59 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

1.1k
VIEWS
Share on FacebookShare on Twitter

চীন আৰু পাকিস্তানে গিলগিট-বাল্টিস্তানৰ সিন্ধু নদীত বনাবলগীয়া দাইমাৰ-ভাষা নদীবান্ধৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতে।

‘‘আমি পাকিস্তান আৰু চীনৰ ওচৰত ক্ৰমাগতভাৱে পাকিস্তানে অনৈতিকভাৱে দখল কৰি থকা ভাৰতৰ ভূমিত নিৰ্মাণ কৰি থকা এনে প্ৰকল্পৰ বিৰোধিতা কৰি আহিছো,’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে পাকিস্তানে দখল কৰি থকা গিলগিট-বাল্টিস্তানৰ বতৰৰ বাতৰি দি উক্ত স্থান যে ভাৰতৰ অন্তৰ্ভূক্ত সেয়া প্ৰকাশ কৰিছিল।

ভাৰতে গিলগিট-বাল্টিস্তান নিজৰ বুলি দাবী কৰি থকাৰ সময়তে প্ৰতিবেশী চীনে এই ক্ষেত্ৰত প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

চীনে উক্ত স্থানৰ মাজেৰে পাকিস্তান সংযোগী অৰ্থনৈতিক ক’ৰিডৰ নিৰ্মাণ কৰি আছে চীনে।

কিছু দিন পূৰ্বে চীনা সৈন্যই ভাৰতৰ সীমান্ত অঞ্চলত আগ্ৰাসী মনোভাৱ প্ৰকাশ কৰিছিল।

ছিকিম সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ মাজত হতা-হতি চলাৰ বিপৰীতে লাডাখৰ আকাশ মাৰ্গতো চীনা সৈন্যৰ হেলিকপ্তাৰ চলিছিল যদিও ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমানে চীনা হেলিকপ্তাৰক খেদি পঠাইছিল।

Recent News

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd