• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচৰ পিট্‌চক লৈ বিতৰ্ক! বিশ্বকাপৰ পাছতেই আইচিচিৰ দুই বিষয়াৰ পদত্যাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2024 2:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ দিন পূৰ্বে সমাপ্ত হৈছিল টি-২০ বিশ্বকাপ। প্ৰতিযোগিতাখন শেষ হোৱাৰ দুসপ্তাহৰ পাছতে আইচিচিৰ দুই বিষয়া ক্ৰীছ টেটলী আৰু ক্লেয়াৰ ফাৰ্লঙে পদত্যাগ কৰিছে। ভাৰত-পাকিস্তানৰ খেলখনৰ খেলপথাৰক লৈ হোৱা বিতৰ্কৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ধাৰণা কৰা হৈছে।

ক্ৰিকেট ৱেবছাইটৰ এক প্ৰতিবেদন অনুসৰি নিউয়ৰ্কৰ নাছাউ ক্ৰিকেট ষ্টেডিয়ামত খেলপথাৰক লৈ হোৱা বিবাদৰ ফলত দুজন বিষয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছে। এই খেলপথাৰখন বিশ্বকাপৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। তাত ‘ড্ৰপ ইন’ পিটচ (অন্য ঠাইত বনোৱা আৰু স্থাপন কৰা পিটচ) স্থাপন কৰা হৈছিল। কিন্তু সেই খেলপথাৰত খেলাটো বেটছমেনসকলৰ বাবে কঠিন হৈ পৰিছিল। বলাৰসকলে শক্তি দেখুৱাইছিল। ভাৰত-পাকিস্তানৰ মেচতো দেখা গ’ল ছবিখন। ১১৯ ৰান সংগ্ৰহ কৰিও ভাৰতে ৬ ৰানত জয়লাভ কৰে। হাই ভল্টেজৰ মেচখনে আশা কৰা ধৰণৰ ক্ৰিকেটৰ প্ৰদৰ্শন নহ’ল। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু পাকিস্তানৰ অধিনায়ক বাবৰ আজমে খেলপথাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।

কিন্তু আন এটা কাৰণ ওলাই পৰে। এক সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে দুয়োগৰাকী বিষয়াই পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। যোৱা বছৰ পদত্যাগ কৰিব বিচাৰিছিল। কিন্তু বিশ্বকাপৰ আগন্তুক সময়ত তেওঁ আৰু কেইমাহমান সেৱা আগবঢ়াইছিল। টি-২০ বিশ্বকাপৰ অন্ত পৰাৰ পাছত দুয়োগৰাকী বিষয়াই পদত্যাগ কৰে। অৱশ্যে শ্ৰীলংকাৰ কলম্বোত ১৯ জুলাইৰ পৰা ২২ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বাৰ্ষিক বৈঠকত এই বিষয়া দুগৰাকী উপস্থিত থাকিব।

Apply Now

কাৰণ যিয়েই নহওক, এইবাৰ বিশ্বকাপ আয়োজনক লৈ বহু প্ৰশ্ন উত্থাপন হৈছে। কেৱল নিউয়ৰ্কৰ খেলপথাৰখনেই নহয়, বহু দলে অনুশীলন খেলপথাৰ, ষ্টেডিয়ামৰ পৰা হোটেললৈ দূৰত্ব আৰু পৰিবহণ ব্যৱস্থাৰ বিষয়েও অভিযোগ উত্থাপন কৰিছে। খেলাৰ সময়ক লৈও প্ৰশ্ন উত্থাপন হৈছে। কিছুমান দলে ২৪ ঘণ্টাৰ ভিতৰত খেলিবলৈ বাধ্য হৈছিল। সেই সকলোবোৰ বিতৰ্কৰ মাজতে ভাৰতে বিশ্বকাপ জয় কৰে। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত শৰ্মাই ১৩ বছৰীয়া বিশ্বকাপৰ অপেক্ষাৰ অন্ত পেলায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd