• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুঁজি আছে, ব্যৱহাৰ নাই! ঔষধ আৰু সাৰ খণ্ডত চৰকাৰী ধনৰ লেহেমীয়া খৰচত উদ্বেগ প্ৰকাশ সংসদীয় সমিতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:33 am
149
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰে ঔষধ, পেট্ৰ’কেমিকেল আৰু সাৰ উদ্যোগৰ বিকাশৰ বাবে বাজেটত বৃহৎ পৰিমাণৰ ধন আৱণ্টন কৰিছে যদিও এই পুঁজিৰ সঠিক আৰু সম্পূৰ্ণ ব্যৱহাৰ হোৱা নাই বুলি শেহতীয়াকৈ সংসদৰ ৰাসায়নিক আৰু সাৰ বিভাগৰ স্থায়ী সমিতিয়ে এক প্ৰতিবেদনত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। সংসদৰ মজিয়াত দাখিল কৰা এই প্ৰতিবেদন অনুসৰি, ঘৰুৱা উৎপাদন বৃদ্ধি আৰু আমদানিৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে পুঁজি বৃদ্ধি কৰা হৈছিল যদিও প্ৰশাসনিক লেহেমীয়া গতিৰ বাবে এই ধন অব্যৱহৃত হৈ ৰৈছে।

ঔষধ খণ্ডৰ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২২-২৩ বৰ্ষৰ ২,২৪৪.১৫ কোটি টকাৰ বিপৰীতে ২০২৫-২৬ বৰ্ষত বাজেটৰ আৱণ্টন ৬,৯২০.২০ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল। পিছে আৱণ্টিত ধনৰ প্ৰায় ১৫ৰ পৰা ১৭ শতাংশ ধন পুনৰীক্ষণ পৰ্যায়ত কৰ্তন কৰিবলগীয়া হয়। বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে আগনবাঢ়া, আইনী অনুমতি লাভৰ ক্ষেত্ৰত হোৱা পলম আৰু ‘প্ৰডাকচন-লিংকড ইনচেণ্টিভ’ তথা ‘বাল্ক ড্ৰাগ পাৰ্ক’ আঁচনিসমূহৰ লেহেমীয়া ৰূপায়ণৰ বাবেই এই ধন খৰচ কৰাত বাধাৰ সৃষ্টি হৈছে। আনহাতে, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল খণ্ডৰ বাবে ২০২৬-২৭ বৰ্ষত বিভাগে ১৯৯.৭৬ কোটি টকাৰ প্ৰস্তাৱ দিছিল যদিও বিত্ত মন্ত্ৰালয়ৰ পৰীক্ষণৰ পিছত সেয়া ১৮৫.৭২ কোটি টকালৈ হ্ৰাস পায়।

Apply Now

সাৰ খণ্ডৰ ক্ষেত্ৰতো একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, দেশত ইউৰিয়াৰ উৎপাদন ২০১৮-১৯ বৰ্ষৰ ২৩৯ লাখ মেট্ৰিক টনৰ পৰা ২০২৪-২৫ বৰ্ষত ৩০৭ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে আৰু ফছফেটিক তথা পটাছিক সাৰৰ উৎপাদনো ১৭৫ৰ পৰা ২১৪ লাখ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। তথাপিও, মূল কেঁচামালৰ বাবে উদ্যোগটো এতিয়াও আমদানিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে আৰু সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ তথা বিতৰণ ব্যৱস্থাটো ৰাজসাহায্যৰ ওপৰতে কেন্দ্ৰীভূত হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd