• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থান তৃতীয়, ‘এছিয়া শক্তি সূচকাংক’ত পাকিস্তান ক’ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2025 9:30 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক শক্তিৰ দৌৰত বিশ্বৰ তালিকাত আৰু এখোজ উন্নীত হৈছে ভাৰত। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ল’ৱি ইনষ্টিটিউটে এইবাৰৰ ‘এছিয়া পাৱাৰ ইনডেক্স ২০২৫’ তালিকা প্ৰকাশ কৰিছে, য’ত দেখা গৈছে যে ভাৰতে শক্তি তালিকাত তৃতীয় স্থান লাভ কৰিছে আৰু ‘মেজৰ পাৱাৰ’ হিচাপে তালিকাভুক্ত হৈছে। পাকিস্তানে এই তালিকাত শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰা নাই। তালিকা অনুসৰি চুবুৰীয়া দেশখনে ১৬ নম্বৰ স্থানত আছে।

প্ৰতি বছৰে ‘এছিয়া পাৱাৰ ইনডেক্স’ত এছিয়াত সামৰিক শক্তিৰ ক্ষেত্ৰত কোনখন দেশ আগবাঢ়ি আছে তাৰ তালিকা প্ৰকাশ কৰে। এখন দেশৰ সামৰিক শক্তি, প্ৰতিৰক্ষা নেটৱৰ্ক, অৰ্থনৈতিক শক্তি, কূটনৈতিক প্ৰভাৱ, সংস্কৃতি আৰু ভৱিষ্যতৰ ধন-সম্পত্তিৰ ওপৰত ভিত্তি কৰি এই সংখ্যা দিয়া হৈছে। এছিয়াত সামৰিক শক্তি বৃদ্ধি কৰা বিশ্বৰ দেশসমূহো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। দেখা যায় যে এছিয়াত ভাৰতে নিজৰ প্ৰভাৱ অহৰহ বৃদ্ধি কৰি আছে। ২০২৫ চনত এই ক্ষেত্ৰত ভাৰতৰ স্ক’ৰ আছিল ৪০.০০। যাৰ ভিত্তিত ভাৰতে তালিকাত এক প্ৰধান শক্তি হিচাপে স্থান দখল কৰিছে। অনাগত দিনত তাক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। আনহাতে এছিয়াত চীনে শীৰ্ষস্থান দখল কৰিছে। আমেৰিকাৰ পিছতে তেওঁলোকে মহাশক্তি হিচাপে দ্বিতীয় স্থান লাভ কৰিছে।

Apply Now

আমেৰিকা ৮০.৫ (ছুপাৰ পাৱাৰ)

চীন ৭৩.৭ (ছুপাৰ পাৱাৰ)

ভাৰত ৪০.০ (প্ৰধান শক্তি)

জাপান ৩৮.৮ (মধ্য শক্তি)

ৰাছিয়া ৩২.১ (মধ্য শক্তি)

অষ্ট্ৰেলিয়া ৩১.৮ (মধ্য শক্তি)

দক্ষিণ কোৰিয়া ৩১.৫ (মধ্য শক্তি)

ছিংগাপুৰ ২৬.৫ (মধ্য শক্তি)

ইণ্ডোনেছিয়া ২২.৫ (মধ্য শক্তি)

মালয়েছিয়া ২০.৬ (মধ্য শক্তি)

কিন্তু ২০১৮ চনত এছিয়া পাৱাৰ ইনডেক্স আৰম্ভ হোৱাৰ পিছত আমেৰিকাৰ বাবে এইটোৱেই আটাইতকৈ কম স্ক’ৰ।বিশ্লেষকসকলে অনুমান কৰিছে যে ক্ষমতালৈ অহাৰ পিছত ড’নাল্ড ট্ৰাম্পে গ্ৰহণ কৰা নীতিৰ নেতিবাচক প্ৰভাৱ পৰিছে। চীনে আমেৰিকাৰ সৈতে নিজৰ স্ক’ৰৰ মাজৰ ব্যৱধান অহৰহ হ্ৰাস কৰি আছে। ২০১৯ চনৰ পৰা এছিয়াত ৰাছিয়াই নিজৰ স্থিতি শক্তিশালী কৰি তুলিছে।মস্কোৰ আঞ্চলিক উপস্থিতিৰ বৃদ্ধিৰ মূল কাৰণ হৈছে চীন আৰু উত্তৰ কোৰিয়াৰ সৈতে কৌশলগত প্ৰতিৰক্ষা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব। যদিও ২০২৪ চনত অষ্ট্ৰেলিয়াই ৰাছিয়াক অতিক্ৰম কৰিবলৈ আগবাঢ়িছিল, তথাপিও এতিয়া ৰাছিয়াই পঞ্চম স্থানলৈ ঘূৰি আহিছে। জাপানেও এইবাৰ যথেষ্ট শক্তি বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd