• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশত সুস্থ হৈ উঠিছে ১৪লাখ কৰ’না ৰোগী; ২৪ ঘন্টাত আক্ৰান্তৰ সংখ্যা ৬০হাজাৰ অতিক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2020 11:50 am
Covid-test-image
301
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে আক্ৰান্তৰ সংখ্যাই নতুন অভিলেখ গঢ়া নাই যদিও যোৱা ২৪ ঘন্টাত দেশত আক্ৰান্তৰ সংখ্যা ৬০হাজাৰ অতিক্ৰম কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, শনিবাৰে পুৱা ৮বজালৈকে ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা ২০লাখ ৮৮হাজাৰ ৬১১জন।

সেইদৰে বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৬১ হাজাৰ ৫৩৭জন লোক।

একেৰাহে যোৱা দুদিনত আক্ৰান্তৰ সংখ্যা ৬০হাজাৰ অতিক্ৰম কৰিছে।যোৱা ৩০ জুলাইৰ পৰা দেশত প্ৰতিদিনে ৫০হাজাৰতকৈ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে জানিবলৈ দিছিল যে কেন্দ্ৰ তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্যকৰী পৰীক্ষা, চিনাক্তকৰণ আৰু চিকিৎসা প্ৰক্ৰিয়া ৰূপায়নৰ ফলত আন আন দেশৰ তুলনাত প্ৰতি ১০লাখ লোকৰ ভিতৰত ভাৰতত কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যুৰ সংখ্যা বহু কম।

যোৱা ২৪ঘন্টাত দেশত কোভিড-১৯ৰ ফলত ৯৩৩জন লোকৰ মৃত্যু হৈছে। শনিবাৰে পুৱালৈকে দেশত এতিয়ালৈকে কৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে মুঠ ৪২হাজাৰ ৫১৮জন।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ৪৮হাজাৰ ৯০০জন কৰ’না আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে।

এতিয়ালৈকে দেশত সুস্থ হৈ উঠা কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে মুঠ ১৪লাখ ২৭হাজাৰ ৫জন। সেইদৰে দেশত সুস্থতাৰ হাৰ হৈছে ৬৮.৩২শতাংশ।

Tags: COVID-19

Recent News

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd