• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত দৈনিক কৰ’না সংক্ৰমণৰ পূৰ্বৰ সকলো অভিলেখ ভংগ! এদিনত মৃত্যু ১,০২৭জনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2021 11:20 am
Covid cases

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কোনোমতে নিয়ন্ত্ৰণত আনিব পৰা হোৱা নাই কৰ’নাৰ সংক্ৰমণ। কৰ’নাত আক্ৰান্তৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যাই দেশৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে।

বিগত ২৪ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৮৪ হাজাৰতকৈয়ো অধিক লোক। সেইদৰে মৃত্যুৰ সংখ্যাও এহাজাৰ অতিক্ৰম কৰিছে। দেশত প্ৰথমবাৰৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যা লক্ষাধিক হৈছে।

Apply Now

সংক্ৰমণ ৰোধৰ বাবে কেইখনমান ৰাজ্যত জাৰি কৰা হৈছে নিশাৰ সান্ধ্য আইন। আনকি মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে জনতা কাৰ্ফিউ।

বুধবাৰে পুৱা সদৰী কৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১লাখ ৮৪ হাজাৰ ৩৭২জন। এইটো পূৰ্বৰ দিনৰ তুলনাত প্ৰায় ২৩ হাজাৰ অধিক।

সেইদৰে যোৱা ২৪ ঘন্টাত কৰ’নাত মৃত্যু হৈছে ১,০২৭জন লোকৰ।

এতিয়ালৈকে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে ১কোটি ৩৮ লাখ ৭৩ হাজাৰ ৮২৫ জন লোক।

সেইদৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছেগৈ ১ লাখ ৭২ হাজাৰ ৮৫ জন ।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ৮২ হাজাৰ ৩৩৯ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

দেশত এতিয়ালৈকে মুঠ ১ কোটি ২৩ লাখ ৩৬হাজাৰ ৩৬ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

সেইদৰে, দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৩ লাখ ৬৫হাজাৰ ৭০৪জন।

ইপিনে, দেশত এতিয়ালৈকে মুঠ ১১ কোটি ৭৯ লাখ ৩৩ হাজাৰ ৫৭৮ জন লোকক ভেকচিন প্ৰদান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd