• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাক বাদ দিয়েই আলোচনা; হৰমুজ প্ৰণালী মুকলি কৰিবলৈ ৩৫খন দেশৰ সন্মিলন, ভাৰত থাকিবনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:40 am
59
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘হৰমুজ সন্মিলন’লৈ আমন্ত্ৰিত হৈছে ভাৰত। ব্ৰিটেইনে ভাৰতক আমন্ত্ৰণ জনাইছে। হৰমুজ প্ৰণালী মুকলি কৰি ৰাখিবলৈ আৰু ইয়াৰ মাজেৰে স্বাভাৱিক জাহাজ চলাচলৰ অনুমতি দিবলৈ ৩৫খন দেশৰ এখন বিশেষ সন্মিলন অনুষ্ঠিত হ’ব। ভাৰতেও সেই সন্মিলনত যোগদান কৰিবলৈ ওলাইছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই খবৰ নিশ্চিত কৰিছে।

ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে বৃহস্পতিবাৰে এই বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ভাৰ্চুৱেলভাৱে অংশগ্ৰহণ কৰিব এই বৈঠকত।

Apply Now

জয়ছোৱালে কয়, “হৰমুজৰ আলোচনালৈ ব্ৰিটেইনে কেইবাখনো দেশক আমন্ত্ৰণ জনাইছে, ভাৰতকো আমন্ত্ৰণ জনোৱা হৈছে। আমাৰ বৈদেশিক সচিবে আলোচনাত অংশগ্ৰহণ কৰিব।”

জয়ছোৱালে কয় যে ইন্ধনৰ যোগান অক্ষুন্ন ৰাখিবলৈ আৰু হৰমুজৰ মাজেৰে জাহাজ চলাচল স্বাভাৱিক কৰি ৰাখিবলৈ ইৰাণৰ সৈতেও আলোচনা চলি আছে। তেওঁ কয় যে, “আমি ইৰাণৰ সৈতে আলোচনা কৰি আছো যে কেনেকৈ এল পি জি, এল এন জি আৰু অন্যান্য সামগ্ৰী কঢ়িয়াই অনা জাহাজ নিৰাপদে উলিয়াই আনিব পাৰি। এতিয়ালৈকে আমাৰ ছখন জাহাজ নিৰাপদে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ সক্ষম হৈছে। আমি এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি আছো।”

বিশ্বৰ মুঠ শক্তিৰ ২০ শতাংশ হৰমুজৰ জৰিয়তে সৰবৰাহ হয়। কিন্তু আমেৰিকা আৰু ইজৰাইলৰ সৈতে হোৱা যুদ্ধৰ বাবে ২৮ ফেব্ৰুৱাৰীৰ পৰা জলপথটো বন্ধ হৈ আছে। ইৰানে সময়ে সময়ে হৰমুজ প্ৰণালীৰ মাজেৰে দুই এখন জাহাজ পাৰ হ’বলৈ অনুমতি দিছে যদিও শক্তি সংকট সমাধানৰ বাবে সেয়া যথেষ্ট নহয়। বহু জাহাজ এতিয়াও তাত আবদ্ধ হৈ আছে। হৰমুজ বন্ধ হ’লে ভাৰতত অধিক সমস্যা হ’ব। কাৰণ ভাৰতৰ ৪০ শতাংশ তেল, ৫০ শতাংশ এল এন জি আৰু ৮০ শতাংশ এল পি জি হৰমুজৰ জৰিয়তে আহে।

যদিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধৰ অন্ত পেলাব বুলি ইংগিত দিছে, তথাপিও তেওঁ হৰমুজৰ বিষয়ত মূৰ সোমাবলৈ অনিচ্ছুক। বৰঞ্চ ইৰাণৰ বিৰুদ্ধে যুদ্ধত সহায় নকৰাৰ বাবে ব্ৰিটেইন, ফ্ৰান্সৰ দৰে দেশক সমালোচনা কৰিছে। সেই পৰিস্থিতিত ব্ৰিটেইনে আন দেশৰ সৈতে ‘হৰমুজ সন্মিলন’ৰ আহ্বান জনাইছে। এইবাৰ ভাৰতকো নিমন্ত্ৰণ কৰা হৈছে ।

হৰমুজ সন্দৰ্ভত আলোচনাত মিলিত হোৱা ৩৫খন দেশৰ ভিতৰত আছে ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, ইটালী, কানাডা, জাপান, সংযুক্ত আৰব আমিৰশ্বাহী, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, নিউজিলেণ্ড, নাইজেৰিয়া, নেদাৰলেণ্ড, ডেনমাৰ্ক, ছুইডেন, নৰৱে, ইষ্ট’নিয়া, বাহৰেইন। এই আলোচনাত আমেৰিকা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd