• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফোনত প’ৰ্ন চোৱাত এমেৰিকাক চেৰ পেলাই শীৰ্ষত ভাৰত, বাহিৰ আৰু তথ্য

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2020 7:02 pm
275 more Chinese apps including PubG on India's radar

ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ৮৯ শতাংশই ২০১৯ বৰ্ষত তেওঁলোকৰ ম’বাইল ডিভাইচত প’ৰ্ন চাইছে।

স্মাৰ্টফোনত প’ৰ্ন চোৱাৰ ক্ষেত্ৰত ভাৰতে এমেৰিকাক (৮১ শতাংশ) চেৰ পেলাই গৈছে, প্ৰাপ্তবয়স্কৰ বিনোদন ছাইট Pornhubৰ তথ্যৰে বাতৰিত প্ৰকাশ।

Apply Now

ভাৰতৰ প’ৰ্ন দৰ্শকৰ এই সংখ্যা ২০১৭ চনতকৈ ৩ শতাংশ বেছি।

প’ৰ্ন চোৱাসকলৰ সংখ্যাৰ লগতে আৰু কিছু পৰিসংখ্যাও প্ৰকাশিত হৈছে।

বাতৰিটোৰমতে, সমগ্ৰ পৃথিৱীতে প’ৰ্ন চোৱাৰ ক্ষেত্ৰত স্মাৰ্টফোনে ডেস্কটপ আৰু লেপটপৰ স্থান দখল কৰিছে আৰু সেইবোৰ দ্বিতীয় পছন্দত পৰিণত হৈছে।

ছাইটটোৰ ম’বাইল ট্ৰেফিক ২০১৯ চনত পূৰ্বৰ বৰ্ষতকৈ ১০ শতাংশ বৃদ্ধি পাই ৭৭ শতাংশ হৈছে।

Pornhubৰ “বৰ্ষ মূল্যায়ন”মতে ২০১৩ চনত ছাইটটোৰ ম’বাইল ট্ৰেফিক আছিল কেৱল ৪০ শতাংশ।

তাৰোপৰি পৰিসংখ্যামতে, ২০১৯ চনত ম’বাইলত প’ৰ্ন চোৱাৰ ক্ষেত্ৰত iOSএ Android ব্যৱহাৰকাৰীক চেৰাই গৈছে।

সামগ্ৰিকভাৱে ২০১৯ বৰ্ষত iOSৰ ট্ৰেফিক ৫২.৮ শতাংশ হোৱাৰ বিপৰীতে Android ব্যৱহাৰকাৰী আছিল ৪৬.৬ শতাংশ।

ভাৰতত ৪৫০ মিলিয়নতকৈয়ো অধিক স্মাৰ্টফোন ব্যৱহাৰকাৰী থকাৰ লগতে ইয়াত ডেটাৰ দাম বিশ্বৰ ভিতৰতে আটাইতকৈ সস্তা।

শেহতীয়া আন এক তথ্যমতে, ভাৰতত প্ৰতিটো স্মাৰ্টফোনত মাহিলী গড়ে ৯.৮জিবিকৈ ডেটা ব্যৱহাৰ হয়।

এই সংখ্যাও পৃথিৱীৰ ভিতৰতে সৰ্বাধিক।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd