• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২৫ বছৰৰ ভিতৰত বিশ্বৰ  সৰ্ববৃহৎ জাহাজ উদ্যোগৰ গৰাকী হ’ব ভাৰত : সৰ্বানন্দ সোণোৱাল

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 25, 2024 10:47 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাহাজ আৰু ক্ৰুজ উদ্যোগক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে ২০২৪ চনৰ নতুনকৈ দাখিল কৰা কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সোণোৱালে পৰৱৰ্তী চতুৰ্থাংশ শতিকাত এই খণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি আৰু পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰে। বাজেটত জাহাজ আৰু ক্ৰুজ উদ্যোগক উন্নীত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সোণোৱালে দাবী কৰে।

Apply Now

সোণোৱালে কয়, ‘এয়া স্পষ্ট যে অহা ২৫ বছৰত ভাৰত জাহাজ উদ্যোগৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত থাকিব।

মন্ত্ৰীগৰাকীয়ে কয় যে বাজেটত জাহাজ মেৰামতি আৰু জাহাজ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ই অৰ্থনৈতিক আৰু নিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব ।

লগতে তেওঁ কয়, ‘জাহাজ মেৰামতি আৰু জাহাজ নিৰ্মাণৰ সৈতে জড়িত লাখ লাখ লোকে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

‘শিক্ষিত লোকে ভোট দিয়াৰ বাবেই হাৰিলো’, বাৰাণসীত বিধান পৰিষদৰ নিৰ্বাচনত পৰাজয়ৰ পিছত মন্তব্য যোগীৰ মন্ত্ৰীৰ

October 30, 2026 8:54 am
আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

আলিংগনৰ এই খেলা! কেৱল সাৱটি ধৰিলেই দূৰ হৈ যাব বহু ৰোগ! প্ৰখৰ হ’ব স্মৃতিশক্তি

October 30, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd