DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দবাত বিশ্বৰ ১নম্বৰ খেলুৱৈক পৰাজিত কৰি চমক দিলে ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2022 10:31 am
carlsen-prag.1.1506747

মেগনাছ কার্লসেন আৰু ৰমেশবাবু প্রজ্ঞানন্ধা।

2.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ তৰুণ গ্ৰেণ্ড মাষ্টাৰ ৰমেশবাবু প্ৰজ্ঞানন্ধাই সমগ্ৰ বিশ্বকে চমক দিলে তেওঁৰ অসাধাৰণ দবা খেলৰ প্ৰতিভাৰে। বিশ্বৰ ১নম্বৰ দবা খেলুৱৈ মেগনাছ কাৰ্লসেনক পৰাজিত কৰিলে প্ৰজ্ঞানন্ধাই।

এয়াৰথিংছ মাষ্টাৰ্ছ নামৰ এক অনলাইন দবা প্ৰতিযোগিতাত এই অঘটন ঘটাই প্ৰজ্ঞানন্ধাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰজ্ঞানন্ধাই ক’লা ৰঙৰ গুটি লৈ খেলি ৩৯তম চালত কাৰ্লসেনক বশীভূত কৰে।

ইয়াৰ পূৰ্বে একেৰাহে তিনিখনক মেচত বিজয়ী হৈছিল কাৰ্লসেন। কিন্তু ভাৰতীয় তৰুণ গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্ধাৰ ওচৰত থমকি ৰ’ল তেওঁৰ বিজয়ৰ ঘোঁৰা। আঠ ৰাউণ্ডৰ শেষত আঠ পইন্টেৰে তেওঁ যৌথভাৱে ১২ নম্বৰ স্থানত আছে।

লগতে পঢ়ক: ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰিলে পুটিনে; আমেৰিকাকে ধৰি পশ্চিমৰ প্ৰতিক্ৰিয়া

প্ৰতিযোগিতাখনত প্ৰজ্ঞানন্ধাই ভালেই খেলিছে আৰু ইয়াৰ পূৰ্বে তেওঁ লেভন এৰোনিয়ানৰ বিৰুদ্ধেও বিজয়ী হৈছে। দুখন ড্ৰ’ আৰু চাৰিখনত পৰাজিত হৈছে তৰণ গ্ৰেণ্ড মাষ্টাৰগৰাকী।

প্ৰজ্ঞানন্ধাই অনিস গিৰি আৰু কুয়াং লিয়েম লে’ৰ বিৰুদ্ধে ড্ৰ’ খেলাৰ বিপৰীতে এৰিক হানসেন, ডিং লিৰেন, জান-ক্ৰিষ্টোফ ডুডা আৰু সাখৰিয়াৰ মামেদিয়াৰ্ভৰ হাতত পৰাজিত হৈছে।

Thank you very much sir! It means a lot coming from you!! https://t.co/NwlZDksfmZ

— Praggnanandhaa (@rpragchess) February 21, 2022

১৯ পইন্ট লাভ কৰি শীৰ্ষস্থানত আছে ইয়ান নেপ’মনিয়াছি। তেওঁ কিছুদিন পূৰ্বে বিশ্ব চেম্পিয়ন কাৰ্লসেনৰ হাতত পৰাজিত হৈছিল।

আৰ প্ৰজ্ঞানন্ধাৰ এই চমকপ্ৰদ সাফল্যত দেশৰ বিভিন্নজনে তৰুণ গ্ৰেণ্ড মাষ্টাৰগৰাকীক শুভেচ্ছা জনাইছে। ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰেও প্ৰজ্ঞানন্ধাক অভিনন্দন জনোৱাৰ লগতে ভাৰতক গৌৰৱান্বিত কৰা বুলি প্ৰশংসা কৰিছে।      

Recent News

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

Chessable Masters: দবাৰ বিশ্ব চেম্পিয়ন কাৰ্লচেনক পুনৰ পৰাস্ত কৰিলে ১৬ বছৰীয়া ভাৰতীয় প্ৰজ্ঞানন্দে!

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি! হাজোত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত দালালৰ ধন দাবী

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যত ভয়াৱহ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ১৪ লৈ বৃদ্ধি, ৮লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Elon Musk in Sex Controversy: এলন মাস্কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ; বিমানত সেই যুৱতীৰ সৈতে কি ঘটিছিল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd