• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুলীলৈ নাই ভয়, কিন্তু বেজী ল’বলৈ গৈ কি কাণ্ড কৰিলে এই জন জোৱানে! ভিডিঅ’ চাই হাঁহি ৰখাব নোৱাৰিব আপুনিও

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2021 9:04 pm
a army
103.4k
VIEWS
Share on FacebookShare on Twitter

গুলী-বাৰুদলৈ মুঠেও কেৰেপ নকৰে  সেনাৰ  এই জন জোৱানে।

দিনে-নিশাই দেশৰ সুৰক্ষাৰ বাবে নিজৰ কৰ্বত্য পালন কৰি গৈছে তেওঁ।

কোনো মুহূৰ্তত শত্ৰুৰ গুলীয়ে বুকু ভেদি যায় তাৰ কোনো নিশ্চয়তা নাই। কিন্তু সেই কথালৈ মুঠেও ভয় নাই জোৱান জনৰ।

গুলীলৈ ভয় নকৰা  সেনাৰ জোৱান জনে পিছে বেজী ল’বলৈ বৰকৈ ভয়  কৰে।

বেজীৰ নাম শুনিলেই ভয়তে পেটত হাত-ভৰি লুকায় তেওঁৰ।

ভাৰত চৰকাৰেও কোভিড যোদ্ধাসকলৰ লগতে সেনা জোৱানসকলকো কোভিডৰ ভেকচিন প্ৰদানৰ কাম চলাই গৈছে।

দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিৰক্ষা বাহিনীৰ বহু জোৱানক ইতিমধ্যে কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। শেহতীয়াকৈ কোভিডৰ ভেকচিন ল’বলৈ গৈছিল বেজী ল’বলৈ ভয় কৰা সেই জন জোৱানে।

 

View this post on Instagram

 

A post shared by The Darjeeling Chronicle (@thedarjchron)

সতীৰ্থসকলে জোৰ কৰি ধৰি বান্ধি জোৱান জনক কোভিডৰ ভেকচিন ল’বলৈ লৈ আহিল।কিন্তু ভয়তে তৎ হেৰোৱা জোৱান জনে মাথো চিঞৰি গ’ল— গুলীলৈ ভয় নকৰো, বেজীলৈ পিছে বৰ ভয় লাগে।

বহু সময় ধৰি সতীৰ্থই টনা আজোৰা কৰাৰ পিছত যেনিবা  সেনাৰ সেই বেজী ল’বলৈ ভয় কৰা জোৱান জনক কোভিডৰ ভেকচিন দিব পৰা গ’ল।

জোৱান জনে ভেকচিন লোৱাৰ সময়ত কৰা আচৰণৰ ভিডিঅ”টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ভিডিঅ’টো চাই নেটিজেনসকলে হাঁহিত ফাটি পৰিছে।

জোৱান জন ক’ত কৰ্মৰত সেয়া জানিব পৰা হোৱা নাই । দ্য দাৰ্জিলিং ক্ৰনিকলৰ পেজতো ভিডিঅ’টো আপলোড কৰা হৈছে।

জোৱান জনৰ কৰ্মকাণ্ড দেখি বহু নেটিজেনে লিখিছে— যিকি নহওঁক, পৰাজয়ৰ পিছতহে আহে জয়…।

জোৱান জনেও অৱশেষত বেজীৰ বিৰুদ্ধে জয়ী হ’বলৈ সক্ষম হোৱা বাবে বহুতে তেওঁক ছ’চিয়েল মিডিয়াত শুভেচ্ছাও জনাইছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd