• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেৰিছত দুৰ্ঘটনাৰ সন্মুখীন ভাৰতীয় গল্ফাৰ দীক্ষা ডাগৰ; চিকিৎসালয়ত মাতৃ, কেনে আছে অলিম্পিয়ানগৰাকী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 5:40 pm
3.6k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহিলা গল্ফাৰ দীক্ষা ডাগৰে অলিম্পিকত অংশগ্ৰহণ কৰাৰ পূৰ্বে পেৰিছত এক দুৰ্ঘটনাৰ সন্মুখীন হয়। যোৱা ৩০ জুলাইৰ মাজনিশা ইণ্ডিয়া হাউচত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ অন্তত গেমছ ভিলেজলৈ উভতি অহাৰ সময়ত তেওঁৰ গাড়ীখনে দুৰ্ঘটনাগ্ৰস্ত হয়।পিছে দীক্ষা বিশেষভাৱে আঘাতপ্ৰাপ্ত হোৱা নাছিল।

গাড়ীত দীক্ষাৰ লগত আছিল দেউতাক, মাক আৰু ভায়েক। আন এখন গাড়ীয়ে তেওঁলোকৰ গাড়ীৰ পিছফালে খুন্দা মাৰে। দীক্ষাৰ মাকৰ আঘাত কিছু গুৰুতৰ। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। চিকিৎসকে কয় যে তেওঁৰ মূৰৰত আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কেইদিনমান হস্পিতালতে থাকিব লাগিব। বাকী পৰিয়ালটো গুৰুতৰভাৱে আহত হোৱা নাই। ইণ্ডিয়ান গ’ল্ফ ইউনিয়নৰ সভাপতি ব্রিজিন্দৰ সিঙে কয়, “দুর্ঘটনাৰ খবৰ পোৱাৰ পাছতেই দীক্ষাৰ পিতৃৰ সৈতে কথা পাতিলোঁ৷ দীক্ষাৰ মাতৃৰ পিঠিত আঘাতপ্ৰাপ্ত হয়। চিন্তাৰ একো বিষয় নাই। বাকী সকলো ঠিকেই আছে। আমি নিয়মীয়াকৈ ডাগৰৰ পৰিয়ালৰ সৈতে যোগাযোগত আছো। যিকোনো সহায়ৰ বাবে আমি সাজু।”

ভাৰতীয় দলটোৰ বিষয়াসকলেও কয় যে এই দুৰ্ঘটনাৰ বাবে দীক্ষাৰ অলিম্পিকত অংশগ্ৰহণ কোনো সমস্যা নহ’ব। সূচী অনুসৰি দীক্ষাৰ অনুশীলন হৈছে। পেৰিছত ৭ আগষ্টৰ পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হ’ব মহিলা গ’ল্ফ। প্ৰতিযোগিতাৰ সময়ত দীক্ষাৰ কাষত পিতৃ কৰ্ণেল নৰেন ডাগৰো থাকিব।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd