• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাৰ প্রতিৰোধৰ বাবে বিচাৰি ফুৰিছে ‘চি’ ভিটামিন? আমলখি খাই দূৰ কৰক চাহিদা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 3, 2020 2:03 pm
Emblica-Officinalis-494x270
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ সকলোৰে এটি পৰিচিত ফল হৈছে আমলখি আৰু ই ভিটামিন ‘চি’ৰে ভৰপূৰ।

ইয়াৰ ভেষজ গুণ অপৰিসীম আৰু ইয়াৰ ফল তথা পাত দুয়োটাকে ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।

Apply Now

আমলখিত ভিটামিন ‘চি’ৰ পৰিমান সম্পৰ্কে জানিলে আপুনি আচৰিত হ’ব।

আমলখিত মধুৰিআম আৰু নেমুতকৈ ক্ৰমে ৩গুণ আৰু ১০গুণ অধিক ভিটামিন ‘চি’ পোৱা যায়।

সেইদৰে, কমলাতকৈ ১৫ৰপৰা ২০ গুণ বেছি, আমতকৈ ২৪গুণ বেছি, কলতকৈ ৬০গুণ বেছি আৰু আপেলতকৈ ১২০গুণ বেছি ‘চি’ ভিটামিন আমলখিত পোৱা যায়।

প্ৰাপ্তবয়স্ক এজন লোকৰ বাবে দিনে ৩০ মিলিগ্ৰাম ‘চি’ ভিটামিনৰ প্ৰয়োজন। দিনে দুটাকৈ আমলখি খালে ‘চি’ ভিটামিনৰ এই অভাৱ পূৰণ হয়।

আমলখিৰ ঔষধি গুণ বহুত আৰু ই আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

বহুদিনীয় চৰ্দি-কাহৰ পৰা উপশম পোৱাৰ বাবে আমলখিৰ ৰস উপকাৰী। হাৰ্ট তথা মস্তিষ্কৰ বাবেও উপকাৰী আমলখি।

চুলি, দাঁত আৰু ছাল সতেজ কৰি ৰখাত আমলখিৰ ব্যৱহাৰ ফলদায়ক। তদুপৰি, ই মুখৰ ৰুচিও বৃদ্ধি কৰে।

আমলখিয়ে মূৰৰ বিষ, কোষ্ঠকাঠিন্যতা, গেছ,ৰক্তহীনতা আৰু বমিৰ ভাৱ দূৰ কৰাত সহায় কৰে। বহুমূত্ৰ ৰোগীৰ বাবেও আমলখি উপকাৰী।

আমলখিত আছে এন্টি অক্সিডেন্ট তথা কেন্সাৰ প্ৰতিৰোধী ক্ষমতা। আমলখিয়ে কেন্সাৰৰ কোষ বৃদ্ধিত বাধা দিয়ে বুলি গৱেষণাত প্ৰকাশ পাইছে।

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰাত আমলখি সহায় কৰে আৰু সেইদৰে শৰীৰৰ ওজন কমোৱাত সহায় কৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আমলখিৰ বিশেষ গুণ আছে। ইয়াৰ গুড়ি মৌৰে সৈতে প্ৰতিদিনে খালে ভাল ফলাফল পোৱা যায়।

বৰ্তমান চলি থকা কৰ’নাৰ সংক্ৰমণৰ সময়ত ‘চি’ ভিটামিনৰ চাহিদা সাংঘাতিকভাৱে বৃদ্ধি পাইছে। বজাৰত আনকি ‘চি’ ভিটামিনৰ টেবলেটো পাবলৈ কঠিন হৈ পৰিছে।

এনে সময়ত যদি আপুনি আমলখি পায় তেতিয়া ই আপোনাৰ শৰীৰৰ ‘চি’ ভিটামিনৰ চাহিদা পূৰণ কৰিব পাৰে।

আজিকালি কেচা আমলখি নহ’লেও সিজাই আচাৰ কৰি ৰখা বা বজাৰত পোৱা ইয়াৰ জ্যুচ পান কৰিও ‘চি’ ভিটামিনৰ চাহিদা দূৰ কৰিব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd