• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢাকাত বিজয়া দশমী উদযাপনত ব্যস্ত উচ্চায়ুক্ত-ৰামকৃষ্ণ মিছন, হিন্দু নিৰ্য্যাতন ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2018 11:15 pm
High Commissioner #HarshV Shringla offered prayers at the historic #Dhakeshwari temple on the auspicious Maha Asthami of #Durga Puja 2018.

ঢাকাৰ ঢাকেশ্বৰী মন্দিৰত এই বছৰৰ দুৰ্গা পূজাত সেৱা আগবঢ়োৱা অৱস্থাত ভাৰতীয় উচ্চ আয়ুক্ত। ছবি- উচ্চায়ুক্ত কাৰ্য্যালয়ৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ সংখ্যালঘু, মূলতঃ হিন্দুসকলক, ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে শাসকীয় বিজেপি আৰু একাংশ সংগঠনে “নিৰ্য্যাতন”ৰ দোহাই দি অহাৰ বিপৰীতে ঢাকাত মুক্তভাৱে বিজয়া দশমী উদযাপনত কৰিছে ৰামকৃষ্ণ মিছন।

ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত হৰ্ষ বৰ্ধন স্ৰিংলাক তেওঁৰ কাৰ্য্যালয়ত বিজয়া দশমী উপলক্ষে শুভেচ্ছা জনাই সাক্ষাৎ কৰে মহানগৰখনৰ ৰামকৃষ্ণ মিছন আৰু মঠৰ মুৰব্বী স্বামী ধ্ৰুৱেচানন্দই।

Apply Now

দেওবাৰে ভাৰতীয় উচ্চায়ুক্ত কাৰ্য্যালয়ে বিভাগীয় টুইটাৰ হেণ্ডলত এই কথা প্ৰকাশ কৰিছে।

২১ অক্টোবর ২০১৮ হাই কমিশনার শ্রী হর্ষ বর্ধন শ্রিংলা #ঢাকা #রামকৃষ্ণ মঠ ও মিশনের সভাপতি স্বামী ধ্রুবেশানন্দকে হাই কমিশনে স্বাগত জানান এবং শুভ বিজয়া দশমীর শুভেচ্ছা বিনিময় করেন। pic.twitter.com/1bG1YYq6c6

— India in Bangladesh (@ihcdhaka) October 21, 2018

সদ্যসমাপ্ত দুৰ্গা পূজাত বাংলাদেশৰ সৰ্ব বৃহৎ মন্দিৰ ঢাকেশ্বৰীত বুধবাৰে সেৱা আগবঢ়াইছিল উচ্চায়ুক্ত স্ৰিংলাই। মহা অষ্টমীৰ পূজাত ভক্তৰ মাজত প্ৰসাদো বিতৰণ কৰিছিল উচ্চায়ুক্তজনে।

ঐতিহাসিক ঢাকেশ্বৰী মন্দিৰ ইছলামী ৰাষ্ট্ৰখনত তাৎপৰ্য্যপূৰ্ণভাৱে ৰাষ্ট্ৰায়ত্ব। “ঢাকেশ্বৰী”ৰ অৰ্থ ঢাকাৰ দেৱী।

লগতে পঢ়ক– বাংলাদেশৰ মন্দিৰলৈ দুৰ্গা পূজাত ভূমি দান প্ৰধান মন্ত্ৰী হাছিনাৰ!

হিন্দু বাঙালীৰ “নিৰ্য্যাতন” আৰু নাগৰিকত্বক লৈ অসমৰ খিলঞ্জীয়াৰ নিদ্ৰা হৰণ হোৱাৰ সময়ত পূৰ্বতকৈ দুৰ্গা পূজাৰ সংখ্যা বৃদ্ধি পাইছে বাংলাদেশত।

ইছলামী দেশখনত “বাঙালীৰ জাতীয় উৎসৱ”ৰূপে সন্মান আৰু উদযাপন কৰা হয় দুৰ্গা পূজা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd