• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ত হিন্দু নিৰ্য্যাতন? বাংলাদেশৰ মন্দিৰলৈ দুৰ্গা পূজাত ভূমি দান প্ৰধান মন্ত্ৰী হাছিনাৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
October 18, 2018 9:16 pm
sheikh hasina bangladesh pm

বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনা। ছবি- দেইলি ষ্টাৰৰ পৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ সংখ্যালঘু, মূলতঃ হিন্দুসকলক, ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ বাবে শাসকীয় বিজেপি আৰু একাংশ সংগঠনে দিয়া “নিৰ্য্যাতন”ৰ দোহাইক সাধুকথাত পৰিণত কৰি দুৰ্গা পূজাত ঢাকাৰ এটা মন্দিৰক ভূমি দান কৰিছে ইছলামী দেশখনৰ প্ৰধান মন্ত্ৰী শ্বেখ হাছিনাই।

দেশখনৰ আটাইতকৈ বৃহৎ মন্দিৰ ঢাকেশ্বৰী দৰ্শন কৰি সোমবাৰে মন্দিৰটোক কাষৰীয়া ১.৫ বিঘা ভূমি দান কৰে প্ৰধান মন্ত্ৰীগৰাকীয়ে। দান কৰা ভূমিখিনিৰ মূল্য বাংলাদেশী মুদ্ৰাৰ হিচাপত ৫০ কোটি টাকা।

Apply Now

অসমৰ সত্ৰৰ দৰে বাংলাদেশৰ মন্দিৰটোতো হোৱা বেদখলৰ সমস্যা আৱামী লীগৰ নেত্ৰীগৰাকীয়ে সমাধান কৰাৰ লগতে হিন্দু কল্যাণ ন্যাস (Hindu Kalian Trust) নামৰ ন্যাসটোৰ পুঁজি ২১ কোটি টকাৰ পৰা ১০০ কোটি টকালৈ বৃদ্ধি কৰিছে।

হিন্দু নিৰ্য্যাতনৰ দাবীৰ বিপৰীতে ইছলামী ৰাষ্ট্ৰখনৰ হাছিনা চৰকাৰৰ শ্ল’গান হৈছে “ধৰ্ম নিজৰ নিজৰ, উৎসৱ সকলোৰে”।

“বাঙালী ঐক্য” শিৰোগত কৰি আগবঢ়া ইছলামী দেশখনত ২০১৭ বৰ্ষত ৩০ হাজাৰ দুৰ্গা পূজা হোৱাৰ বিপৰীতে এই বছৰ পূজা মণ্ডপৰ সংখ্যা বৃদ্ধি পাইছে ৩১,২৭২ খনলৈ। দেশখন ভ্ৰমণ কৰা কালত পোৱা এই অভিজ্ঞতাৰ কথা পূৰ্বে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো উল্লেখ কৰিছিল।

লগতে পঢ়ক– বাঙালী সংগঠন নালাগে বিজেপি চৰকাৰেও পাতিব নোৱাৰিব সমাৱেশ, বজ্ৰ ঘোষণা জিতেন দত্তৰ

দুৰ্গা পূজা বাংলাদেশৰ জাতীয় উৎসৱ। এই পূজাত দেশজুৰি ৫ দিনীয়া চৰকাৰী বন্ধ থাকে আৰু দেৱী দুৰ্গাৰ উটনি যাত্ৰাত অগণন ইছলাম লোকে অংশগ্ৰহণ কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ‘‘বন্ধু” হাছিনাই হিন্দুসকলৰ মংগলৰ বাবে লোৱা কাৰ্য্যসূচীক পৰ্য্যাপ্ত নহয় বুলিহে সমালোচনা কৰি আহিছে বিৰোধী দল তথা অধিক ইছলামবাদীৰূপে পৰিচিত বি এন পি আৰু ইয়াৰ সহযোগী জামাত-এ-ইছলামিয়ে।

এই পৰিস্থিতিত বিজেপি উত্থাপিত নাগৰিকত্ব বিধেয়কে অসমৰ সকলো খিলঞ্জীয়া লোকৰে নিদ্ৰা হৰণ কৰাৰ সময়ত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে— ক’ত নিৰ্য্যাতন হিন্দুক?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd