• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম সন্তান কৰবী গগৈক ভাৰতীয় নৌ সেনাৰ প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচি এব্ৰ’ড নিযুক্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 13, 2019 7:58 pm

1 min read

Karabi Gogoi

কৰবী গগৈ,উৎস-ইণ্টাৰনেট

7.9k
VIEWS
Share on FacebookShare on Twitter

দেশৰ উল্লেখযোগ্য পদত পুনৰ এগৰাকী অসম সন্তান অধিস্থিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচি এব্ৰ’ড হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ জীয়ৰী কৰবী গগৈয়ে।

ৰাছিয়াত থকা ভাৰতীয় দূতাবাসত নিযুক্তি দিয়া হৈছে লেফটেনেণ্ট কামাণ্ডাৰ কৰবী গগৈক।

চলিত বৰ্ষৰ ডিচেম্বৰ মাহত কৰবী গগৈয়ে ৰাছিয়াৰ মস্কোত উপস্থিত হৈ দায়িত্বভাৰ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, ভাৰতীয় বায়ু সেনা বাহিনীয়ে প্ৰথমগৰাকী মহিলা হিচাপে অঞ্জলি সিঙক ডিফেন্স এটাচি এব্ৰ’ড হিচাপে ৰাছিয়াত নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় নৌ সেনা বাহিনীয়ো প্ৰথমগৰাকী মহিলা হিচাপে কৰবী গগৈক নাম নিৰ্বাচন কৰে।

ৰাছিয়াৰ ভাতীয় দূতাবাসত কাৰ্য্যভাৰ গ্ৰহণ কৰিবলগীয়া কৰবীয়ে ইতিমধ্যে ৰাছিয়ান ভাষাৰ শিক্ষা সম্পুৰ্ণ কৰিছে।

বৰ্তমান কৰ্ণাটকত থকা কৰবী গগৈ গুৱাহাটীত ডাঙৰ-দীঘল হৈছিল। কৰবীৰ স্বামী লেফটেনেণ্ট কামাণ্ডাৰ প্ৰাঞ্জল সন্দিকৈও এগৰাকী নৌ সেনা বিষয়া।

Recent News

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd