• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ লেখক ছলমান ৰুছদীক আক্ৰমণ কৰা ব্যক্তিক ২৫ বছৰৰ কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2025 3:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বংশোদ্ভৱ প্ৰখ্যাত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক ছলমান ৰুছদীক ছুৰীৰে আঘাত কৰা যুৱক হাদী মাটাৰক ২৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে নিউয়ৰ্কৰ আদালতে। তেওঁ কৰা অপৰাধৰ ধৰণৰ বাবে তেওঁক আমেৰিকাৰ আইন অনুসৰি সৰ্বোচ্চ শাস্তি প্ৰদান কৰা হৈছে।

শুকুৰবাৰে আদালতে এই ৰায় ঘোষণা কৰে।

Apply Now

২০২২ চনৰ আগষ্ট মাহত নিউয়ৰ্কৰ এক অনুষ্ঠানত মঞ্চত ভাষণ দি থকাৰ সময়তে হাদী মাটাৰে ছলমান ৰুছদীক চুৰিৰে আক্ৰমণ কৰে। সেই সময়ত তেওঁৰ বয়স আছিল ২৪ বছৰ। মাটাৰে মঞ্চত উঠি ৰুছদীৰ ডিঙি, মূৰ আৰু শৰীৰক লক্ষ্য কৰি ১৫ বাৰকৈ ছুৰীৰে আঘাত কৰে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত ছলমান ৰুছদীক এয়াৰ এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত কেইবাবাৰো অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল ৰুছদি। তাৰে এটা চকুৰ দৃষ্টিশক্তি হেৰাই গৈছে।

ৰায় ঘোষণাৰ পাছতে মাটাৰৰ অধিবক্তা নাথানিয়েল বেৰনক সাংবাদিকে প্ৰশ্ন কৰে যে মাটাৰে নিজৰ এই কাৰ্যৰ বাবে অনুশোচনা কৰিছে নেকি?

উত্তৰত বেৰনে কয়, “সেয়া এটা ন্যায্য প্ৰশ্ন আৰু মই ইয়াৰ উত্তৰ দিব নোৱাৰো বুলি মই ভাবো। মই মাত্ৰ ক‘ব পাৰো যে মই ভাবো মানুহে কেতিয়াবা দুৰ্ভাগ্যজনকভাৱে অতি বেয়া সিদ্ধান্ত লয় আৰু ইয়াৰ পৰিণতি ইমানেই বেয়া যে তেওঁলোকে অনুশোচনা কৰে নে নকৰে সেই কথা প্ৰকাশ কৰিবলৈ অসুবিধা পায়।”

উল্লেখ্য যে, ১৯৪৭ চনৰ জুন মাহত ভাৰতৰ মুম্বাইত কাশ্মীৰী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ছলমান ৰুছদিয়ে। প্ৰাথমিক জীৱনত তেওঁ মুম্বাইৰ বিভিন্ন বিজ্ঞাপন সংস্থাৰ কপিৰাইটাৰ হিচাপে কাম কৰিছিল। পিছলৈ তেওঁ সম্পূৰ্ণৰূপে সাহিত্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

ছলমান ৰুছদীয়ে ১৯৮১ চনত মিডনাইটছ চিলড্ৰেন উপন্যাসৰ জৰিয়তে বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছিল। এই উপন্যাসখনৰ বাবে তেওঁ সাহিত্যৰ আটাইতকৈ সন্মানীয় বঁটা বুকাৰ বঁটা লাভ কৰে।

কিন্তু তেওঁৰ চতুৰ্থ উপন্যাস ‘চাটানিক ভাৰ্চেচ’ প্ৰকাশ পোৱাৰ পিছত তেওঁ বিপদত পৰিল। ১৯৮৮ চনত এই গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত তেওঁ কঠোৰ ইছলামিকসকলৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হয়, আৰু কেইবাখনো দেশত এই গ্ৰন্থখন নিষিদ্ধ কৰা হয়।

ইৰাণৰ তদানীন্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেইনীয়েও তেওঁক হত্যাৰ বাবে ফাতোৱা জাৰি কৰিছিল। এনে পৰিস্থিতিত ৰুছদীয়ে নিজকে ৰক্ষা কৰিবলৈ ৯ বছৰ ব্ৰিটেইনত আত্মগোপন কৰি থাকিল। সেই সময়ত তেওঁ ‘জোচেফ এণ্টন’ নামটো লৈছিল। ব্ৰিটেইন চৰকাৰেও তেওঁক ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰিছিল। পিছলৈ যেতিয়া তেওঁ ব্ৰিটেইনৰ পৰা আমেৰিকালৈ গুচি যায়, তেতিয়া তেওঁক তাতো সুৰক্ষা দিয়া হয়।

এই সকলোবোৰ সাৱধানতাৰ মাজতো চূড়ান্ত প্ৰতিৰক্ষাৰ ব্যৱস্থা নাছিল। উপন্যাসখন ‘চাটানিক ভাৰ্চেচ’ লিখাৰ বাবে প্ৰকাশ পোৱাৰ ৩৫ বছৰৰ পাছত হাদী মাতাৰৰ মাৰাত্মক আক্ৰমণৰ বলি হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd