• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লণ্ডনত থকা ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত প্ৰবাসী অধ্যাপিকাক দেশত প্ৰৱেশ কৰাত বাধা; কাৰণ কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2024 6:41 pm
নিতাশা কৌল। ফটোঃ সংগ্ৰহীত।

নিতাশা কৌল। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মূলৰ কাশ্মীৰী পণ্ডিত ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নিতাশা কৌলক বিমানবন্দৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আৱদ্ধ কৰি ৰখাৰ পিছতো ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰে তেওঁক এখন সভালৈ নিমন্ত্ৰণ জনাইছিল। সেই উদ্দেশ্যে তেওঁ ভাৰতলৈ আহিছিল।

কিন্তু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কঠোৰ সমালোচক কৌলক অৱশেষত প্ৰব্ৰজন বিভাগে দেশত প্ৰৱেশৰ পৰা বঞ্চিত কৰে। যদিও কৌলে দাবী কৰে, তেওঁৰ হাতত বৈধ পাছপ’ৰ্ট-ভিছা আৰু অন্যান্য নথি-পত্ৰ আছিল।

নিতাশা কৌলে ব্ৰিটেইনৰ ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তদুপৰি, এই শিক্ষাবিদগৰাকীয়ে লিখামিলাও কৰে। বিজেপিৰ ভাষাত যদিও তেওঁ ভাৰত চৰকাৰৰ সমালোচক। হিন্দুত্ববাদী শিবিৰে তেওঁক ভাৰত বিৰোধী আৰু পাকিস্তান সমৰ্থক বুলি ব্যাখ্যা কৰি আহিছে।

Apply Now

লগতে পঢ়কঃ দুটা সিংহই খালে ত্ৰিপুৰাৰ বন বিষয়াৰ চাকৰি; সিংহৰ নামকৰণক লৈ বিতৰ্ক গৈ পাইছিল আদালত

দেওবাৰে বিয়লি এক্স মেছেজত লণ্ডনত বাস কৰা কৌলে লিখিছে, “গণতান্ত্ৰিক আৰু সাংবিধানিক মূল্যবোধৰ কণ্ঠস্বৰ প্ৰকাশ কৰাৰ বাবে মোক ভাৰতত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে। কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰৰ এখন বৈঠকত মোক বিশিষ্ট প্ৰতিনিধি হিচাপে মাতি অনা হৈছিল। কিন্তু, কেন্দ্ৰই মোক প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে। মোৰ হাতত থকা সকলো নথি-পত্ৰ বৈধ আৰু শেহতীয়া সময়ৰ আছিল যদিও মোক ৭২ ঘণ্টা ধৰি বাংগালুৰু বিমানবন্দৰত আবদ্ধ কৰি ৰখা হৈছিল”।

কৌলে দাবী কৰে যে বাংগালুৰু বিমানবন্দৰত থকা অভিবাসন কাৰ্যালয়ে তেওঁক ভাৰতত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কোনো কাৰণ নিদিলে। ভাৰত চৰকাৰে প্ৰৱেশৰ অনুমতি নিদিয়ে বুলিও তেওঁক আগতীয়াকৈ জনোৱা নাছিল। এই সন্দৰ্ভত কৰ্ণাটক চৰকাৰৰ পৰা এতিয়াও কোনো সঁহাৰি জানিব পৰা হোৱা নাই। তেওঁলোকেই এই  ‘সংবিধান আৰু ৰাষ্ট্ৰীয় সংহতি আলোচনা-২০২৪’ আলোচনা অনুষ্ঠিত কৰিছিল।

লগতে পঢ়কঃকিংবদন্তি গজল গায়ক পংকজ উধাসৰ ৭২ বছৰ বয়সত দেহাৱসান; শোকস্তব্ধ সংগীত জগত

ৰাজনৈতিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ অধ্যাপক নিতাশাই লগতে লিখিছে যে তেওঁ ১২ ঘণ্টীয়া যাত্ৰাৰ অন্তত ২৩ ফেব্ৰুৱাৰীত লণ্ডনৰ পৰা বাংগালুৰুত উপস্থিত হৈছিল। ইমিগ্ৰেচনৰ বিষয়াসকলে তেওঁক ক’লে যে দিল্লীৰ পৰা অৰ্ডাৰ অহাৰ বাবে তেওঁলোকে কৰিব পৰা একো নাই। তেওঁ কয়, মোৰ কেইবাটাও দশকৰ কামেই মোৰ মনৰ কথা। অতি সোঁপন্থী হিন্দু জাতীয়তাবাদী অৰ্ধসামৰিক গোট আৰ এছ এছৰ প্ৰতি মোৰ সমালোচনাই ভাৰত চৰকাৰৰ চকু কপালত তুলিছে।

IMPORTANT: Denied entry to #India for speaking on democratic & constitutional values. I was invited to a conference as esteemed delegate by Govt of #Karnataka (Congress-ruled state) but Centre refused me entry. All my documents were valid & current (UK passport & OCI). THREAD 1/n pic.twitter.com/uv7lmWhs4k

— Professor Nitasha Kaul, PhD (@NitashaKaul) February 25, 2024

এটা দীঘলীয়া অভিযোগত কৌলে লিখিছে, “লণ্ডনৰ পৰা আহিবলৈ মোৰ ১২ ঘণ্টা সময় লাগিল।” তেতিয়াৰ পৰাই মোক ইফালে সিফালে টানি লৈ ফুৰিছে। পিছত মোক এটা হোল্ডিং চেলত ভৰাই দিলে। সেইটো ইমান সংকীৰ্ণ আছিল যে শুবলৈ ঠাই নাছিল। চিচিটিভিৰ চোৰাংচোৱাগিৰি সকলো সময়তে চলি আছিল। খাদ্য আৰু পানীৰ কোনো ব্যৱস্থা নাছিল। বহু ফোন কৰাৰ পিছতো আঠুৱা আৰু কম্বল নাপালোঁ। ইয়াৰ পিছত লণ্ডনলৈ উভতি আহিবলৈ আৰু ১২ ঘণ্টা সময় লাগিল।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

নিউটনৰ আগতেই মাধ্যাকৰ্ষণৰ ধাৰণা ভাস্কৰাচাৰ্যৰ! ভূগোলত বেদ-পুৰাণ, মহাৰাষ্ট্ৰৰ নতুন পাঠ্যপুথিক লৈ চৰ্চা

October 27, 2026 8:08 pm
অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

অসমৰ ২০খন জিলাত ৭১সংখ্যক গোপীনাথ বৰদলৈ ট্ৰফীৰ যাত্ৰা আৰম্ভ : উদ্বোধনী দিনাই ৭-০ ব্যৱধানত জয় অসম আৰক্ষীৰ

October 27, 2026 9:21 pm
২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

২০১৮ৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীক সকাহ, অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰ খাৰিজ

October 27, 2026 8:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd