• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 10:22 am
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰাৰ ২৩ বছৰ পিছত ব্ৰিটেইনত থকা ভাৰতীয় মূলৰ এগৰাকী মহিলাই লাভ কৰিছে ৮৫ কোটি টকা। ২০০২ চনৰ পৰা আৰম্ভ হৈছিল এই ঘটনা। বৰ্ষা গোহিলে ব্যভিচাৰ আৰু অযুক্তিকৰ আচৰণৰ কাৰণ দৰ্শাই স্বামী ভদ্ৰেশ গোহিলৰ সৈতে বিবাহ বিচ্ছেদৰ গোচৰ দাখিল কৰিছিল।

দুটা দশক ধৰি চলি থকা ব্ৰিটেইনৰ এই বিতৰ্কিত গোচৰটোত অৱশেষত আদালতে বৰ্ষাক ৬৬ লাখ পাউণ্ড (৮৫ কোটি টকা) প্ৰাপ্য হিচাপে দিয়াৰ ৰায় দিছে। গোচৰ আৰম্ভ হোৱাৰ সময়ত গোহিল দম্পতীৰ তিনিটা সন্তান আছিল। সেই সময়ত টকা-পইচাও ভাগ কৰা হৈছিল। সেই সময়ত বৰ্ষাই ৩.৫ কোটি টকা আৰু এখন পৰিয়ালৰ গাড়ী ভাগ হিচাপে পাইছিল।

Apply Now

কিন্তু তেওঁৰ সন্দেহ হৈছিল যে স্বামীৰ সম্পত্তিৰ প্ৰকৃত পৰিমাণ আচলতে বহুত বেছি, যিটো তেওঁ লুকুৱাই ৰাখিছিল। বহু বছৰৰ পাছত ভদ্ৰেশ ধন সৰবৰাহৰ গোচৰত তদন্তৰ আওতালৈ আহিছিল।

তদন্তকাৰীয়ে দাবী কৰিছে যে ভদ্ৰেশে বিদেশত বিভিন্ন আৰ্থিক অনিয়ম, প্ৰৱঞ্চনা আৰু ধন সৰবৰাহ সংঘটিত কৰিছিল। দীৰ্ঘদিনীয়া তদন্তৰ অন্তত ২০১১ চনত তেওঁক দহ বছৰৰ কাৰাদণ্ড বিহা হয়। সেই তদন্তৰ সময়ত দেখা যায় যে ভদ্ৰেশ আচলতে কোটি কোটি টকাৰ মালিক আছিল, যিটো বিবাহ বিচ্ছেদৰ সময়ত পোহৰলৈ অহা নাছিল।

ভদ্ৰেশে অবৈধভাৱে বিপুল পৰিমাণৰ ধন লাভ কৰিছিল। ইয়াৰে ২.৮ কোটি পাউণ্ড তদন্তকাৰীয়ে জব্দ কৰে। ফলত বৰ্ষাই যি দাবী কৰি আহিছিল সেয়া প্ৰমান হ’ল আৰু তেওঁৰ পাবলগীয়া ধনৰ পৰিমাণ যথেষ্ট বৃদ্ধি পালে।

২০১৫ চনত দেশখনৰ উচ্চতম ন্যায়ালয়ে গোহিল দম্পতীহালৰ বিবাহ বিচ্ছেদৰ ফাইল পুনৰ খোলাৰ অনুমতি দিছিল। চৰকাৰৰ দাবী আছিল অপৰাধৰ জৰিয়তে উপাৰ্জন কৰা সকলো ধন জব্দ কৰিব লাগে। আনহাতে, বৰ্ষাই ওলোটাই দাবী কৰিলে যে এই ধনৰ কিছু অংশ পৰিয়ালৰ ব্যৱসায়ৰ পৰা পোৱা আয়। গতিকে তেওঁৰ এটা ভাগ থাকিব লাগে।

ইপিনে, ভদ্ৰেশে সদায় কৈ আহিছে যে এই সকলোবোৰ সম্পত্তি তেওঁৰ একেবাৰেই নহয়। অৱশেষত আদালতে সকলো পক্ষৰ শুনানি গ্ৰহণ কৰি ৰায় দিয়ে যে ভদ্ৰেশৰ মুঠ সম্পত্তিৰ এটা অংশ বৈধ আৰু বৰ্ষাই সেই সম্পত্তি লাভ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd