• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নতুন নিযুক্তি নহয় ভাৰতীয় ৰে’লৱেত! ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2025 11:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰে’লৱেত বৰ্তমান বিভিন্ন পৰ্যায়ত কেইবালাখ পদ খালী হৈ আছে। এই কৰ্মচাৰীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই পদসমূহ স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদ্ধতিৰ লক্ষ্য হৈছে কাৰ্য্যকৰী খৰচ হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে কৰ্তৃপক্ষই। নিবনোৱা তথা শ্ৰমিক সংগঠনসমূহে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে।

অন্যান্য কেন্দ্ৰীয় বিভাগ আৰু মন্ত্ৰালয়ৰ দৰেই ৰে’লৱেতো কৰ্মচাৰীৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে, যাৰ ফলত যাত্ৰী সেৱাতো প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰে’লৱেই ৬৫ বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক তেওঁলোকৰ শাৰীৰিক ফিটনেছৰ মূল্যায়ন অৱসৰৰ পূৰ্বে পাঁচ বছৰৰ প্ৰদৰ্শনৰ পৰ্যালোচনাৰ ভিত্তিত দুবছৰৰ চুক্তিত পুনৰ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। আৰু প্ৰতিটো ৰে’লৱে জ’নৰ জেনেৰেল মেনেজাৰসকলক এই নিযুক্তিপ্ৰদান কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। এই ক্ষমতাত নিয়োজিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক “স্বেচ্ছাসেৱক” বুলি কোৱা হ’ব। ২০ জুনত জাৰি কৰা গাইডলাইনৰ জৰিয়তে এই নীতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা কৰিছে।

Apply Now

বাওঁপন্থী ট্ৰেড ইউনিয়ন চিটিইউ আৰু সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছকে ধৰি ৰে’লৱে ইউনিয়নসমূহে এই সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে বিগত দশক বা তাতোকৈ অধিক সময় ধৰি এই ব্যৱস্থাটো প্ৰয়োজনীয় প্ৰায় আধা কৰ্মচাৰীৰে চলি আহিছে। তেওঁলোকৰ মতে অৱসৰপ্ৰাপ্তসকলক নিযুক্তি দিলে কৰ্মশক্তিৰ ভিতৰত বয়সৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। যদিও খৰচ হ্ৰাস কৰা হৈছে ইয়াৰ উদ্দেশ্য, অৱসৰপ্ৰাপ্তসকলে অতিৰিক্ত সুবিধা অবিহনে কেৱল দৰমহাহে লাভ কৰিব নেকি বুলি সমালোচকসকলে যুক্তি আগবঢ়ায়। এই পদ্ধতিয়ে এই খণ্ডত সুযোগ বিচৰা নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে।

ৰে’লৱেত বৰ্তমান কৰ্মচাৰীৰ প্ৰত্যাহ্বানসমূহ উল্লেখযোগ্য। কম সংখ্যক কৰ্মীৰে কাম চলাব লগিয়া হোৱাৰ বাবে  শেহতীয়াকৈ ৰে’ল দুৰ্ঘটনা বৃদ্ধি পাইছে বুলি ক’ব পাৰি। এইদৰে অৱসৰপ্ৰাপ্ত কৰ্মী নিযুক্তিৰ কৌশল সুৰক্ষা আৰু সেৱাৰ দক্ষতা বৃদ্ধিৰ বাবে ৰচনা কৰা হৈছে। কিন্তু ই নতুন, স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত প্ৰশ্ন উত্থপিত হৈছে।

Tags: ContractHiringIndianRailwaysJobCrisisPrivatisationConcernsPublicSectorJobsRailwayJobsRailwayRecruitmentRetiredEmployeesYouthEmployment
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am
পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

পুনৰ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ; ‘সংৰক্ষণ নীতিৰ’ বিৰুদ্ধে বিশাল সমাৱেশ, আটক কেইবাজনো

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd