• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ চীনৰ সংস্থাৰ ৫০০ কোটি টকাৰ চুক্তি বাতিল কৰিলে ভাৰত চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 6:36 pm
DFC-660
2.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীনৰ মাজত লাডাখ সীমান্তত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছত দেশত চীনৰ সামগ্ৰী বৰ্জন তথা আত্মনিৰ্ভৰশীলতাৰ শ্ল’গানৰ জোৱাৰ উঠিছে।

এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে চীনক অৰ্থনৈতিকভাৱে এসেকা দিবলৈ পৰিকল্পনা আৰম্ভ কৰিছে।

বুধবাৰে চৰকাৰে বিএছএনলত চীনৰ যন্ত্ৰাংশৰ ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পাছত এইবাৰ চীনৰ সৈতে আৰু এটা প্ৰকল্পৰ চুক্তি বাতিল কৰিলে কেন্দ্ৰীয় চৰকাৰে।

চীনৰ সংস্থাৰ পৰা প্ৰায় ৫০০কোটি টকাৰ চুক্তি বাতিল কৰা হৈছে।

ভাৰতৰ ৪১৭ কিলোমিটাৰ ফ্ৰেইট ক’ৰিডৰ অৰ্থাৎ মালগাড়ীৰ লাইন নিৰ্মাণৰ চুক্তি লাভ কৰিছিল বেইজিং নেশ্যনেল ৰেইলৱে ৰিচাৰ্ছ এণ্ড ডিজাইন সংস্থাই।

২০১৬চনত ৪৭১কোটি টকাৰ নিবিদাত অনুমোদন জনোৱা হৈছিল।

যোৱা চাৰি বছৰত ইয়াৰ মাত্ৰ ২০ শতাংশ কাম সম্পন্ন হৈছে। ৰেইল বিভাগে জানিবলৈ দিয়া মতে কামৰ লেহেম গতিৰ বাবে এই চুক্তি বাতিল কৰা হৈছে।

ইপিনে, লাডাখত ভাৰত-চীনৰ মাজত সংঘাত বৃদ্ধি পাইছে আৰু চীনে বিশ্বাসঘাতকতা কৰাৰ অভিযোগত ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে।

ভাৰতৰ ব্যৱসায়িক গোষ্ঠীয়েও চীনক অৰ্থনৈতিকভাৱে প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈছে আৰু দ্য কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে চীনৰ তিনি হাজাৰ পণ্য সামগ্ৰী বৰ্জন কৰাৰ আহ্বান দিছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd