• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Boxing Championships: বক্সিঙত বিশ্ব চেম্পিয়ন হ’ল ভাৰতৰ নিখাত জাৰিন, স্বৰ্ণ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2022 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ তুৰস্কত ভাৰতীয় ক্ৰীড়াই ৰচিলে আন এক ইতিহাস। নিখাত জাৰিন থাইলেণ্ডৰ জিতপং জুতামাচক পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হোৱা পঞ্চমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হ’ল। ফাইনেলত ভাৰতীয় বক্সাৰগৰাকীয়ে ৩০-২৭, ২৯-২৮, ২৯-২৮, ৩০-২৭, ২৯-২৮ ব্যৱধানত বিজয়ী হয়।

তিনিবাৰৰ বিশ্ব চেম্পিয়নক পৰাস্ত কৰি ফাইনেলত উপনীত হোৱা জুতামাচ ভাল ফৰ্মত আছিল যদিও চূড়ান্ত খেলখনত নিখাতে যথেষ্ট আক্ৰমণাত্মক আৰম্ভণি কৰে। ভাৰতীয় বক্সাৰজনে প্ৰথম ৰাউণ্ডৰ তিনি মিনিটতেই জুতাৰ বিৰুদ্ধে সঠিক স্থানত কেইবাটাও পাঞ্চ দিবলৈ সক্ষম হৈছিল।

দ্বিতীয় ৰাউণ্ডত থাই বক্সাৰজনে প্ৰত্যাক্ৰমণ কৰে আৰু নিখাতৰ বিৰুদ্ধে খেলখনত উভতি ধৰিবলৈ চেষ্টা কৰে। কিন্তু নিখাতেও সহজতে এৰি দিবলৈ সাজু নাছিল। অৱশ্যে, দ্বিতীয় ৰাউণ্ডটো ৩-২ ব্যৱধাত জুতামাচৰ পক্ষত যায়।

Apply Now

তৃতীয় ৰাউণ্ডত নিখাতে আক্ৰমণাত্মকভাৱে মেচখনলৈ উভতি আহে। তেওঁৰ আক্ৰমণ ইমানেই শক্তিশালী আছিল যে পাঁচোগৰাকী বিচাৰকে তেওঁৰ পক্ষত ৰায় দিয়ে। ফলস্বৰূপে, ২৫ বছৰীয়া ভাৰতীয় বক্সাৰগৰাকীয়ে ৫২ কিলোগ্ৰাম ফ্লাই-ৱেট শাখাত খিতাপ অৰ্জনত নিজৰ নাম খোদিত কৰে।

জুনিয়ৰ শাখাত প্ৰাক্তন বিশ্ব চেম্পিয়ন মেৰী কম, সৰিতা দেৱী, জেনি আৰএল আৰু লেখা কেচিৰ পিছত নিখাত হ’ল বিশ্ব চেম্পিয়ন হোৱা পঞ্চম গৰাকী ভাৰতীয় মহিলা।

মনীষা মৌন (৫৭ কিলোগ্ৰাম) আৰু পাৰবীন হুডাই (৬৩ কিলোগ্ৰাম) এই শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগে লগে ভাৰতীয় বক্সাৰসকলে এই বছৰ তিনিটা পদক লাভ কৰি বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ সমাপ্ত কৰে।

ONE FOR THE HISTORY BOOKS ✍️ 🤩

⚔️@nikhat_zareen continues her golden streak (from Nationals 2021) & becomes the only 5️⃣th 🇮🇳woman boxer to win🥇medal at World Championships🔥

Well done, world champion!🙇🏿‍♂️🥳@AjaySingh_SG#ibawwchs2022#IstanbulBoxing#PunchMeinHaiDum#Boxing pic.twitter.com/wjs1mSKGVX

— Boxing Federation (@BFI_official) May 19, 2022

প্ৰতিযোগিতাখনত তিনিটা পদক জয় কৰাৰ পিছতে পদক জয়ৰ ক্ষেত্ৰত ভাৰতে সৰ্বকালৰ অভিলেখৰ তালিকাত ৰাছিয়া (৬০) আৰু চীন (৫০)ৰ পিছত তৃতীয় স্থানলৈ উন্নীত হয়।

ভাৰতীয় বক্সাৰসকলে বিশ্ব চেম্পিয়নশ্বিপত মুঠ ৩৯ টা পদক জিকিছে, যাৰ ভিতৰত আছে ১০ টা সোণ, আঠটা ৰূপ আৰু ২১ টা ব্ৰঞ্জৰ পদক। 12 জনৰ ভিতৰত আঠজন ভাৰতীয় বক্সাৰে এই বছৰ প্ৰতিযোগিতাখনৰ কমেও কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে, যিটো তুৰ্কীৰ সৈতে যুটীয়াভাৱে সৰ্বাধিক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd