• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ জনসংখ্যা বিস্ফোৰণে ৩৮ বছৰত শিখৰত উপনীত হ’ব; ২০৬২ চনৰ ভিতৰত দেশৰ জনসংখ্যা ১৭০.১ কোটি হোৱাৰ আশংকা বিশ্ববেংকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2024 8:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ জনসংখ্যা বিস্ফোৰণে মাত্ৰ ৩৮ বছৰৰ ভিতৰত সৰ্বাধিক সংখ্যাত উপনীত হ’ব। ২১০০ চনত ভাৰতে সৰ্বাধিক জনসংখ্যাৰ স্বৰ্ণ পদক লাভ কৰিব। ৰূপৰ পদক চীনলৈ আৰু ব্ৰঞ্জৰ পদক পাকিস্তানলৈ। ২০৬২ চনৰ ভিতৰত জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে শিখৰত উপনীত হ’ব। তেতিয়া দেশৰ জনসংখ্যা হ’ব ১৭০.১ কোটি। এই তথ্য বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ বিশ্ব জনসংখ্যা বৃদ্ধিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

বৰ্তমান সৰ্বাধিক জনবহুল দেশ ভাৰতে এই শতিকাৰ শেষৰ ফালে সেই অভিলেখ অক্ষুণ্ণ ৰাখিব বুলি ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন অনুসৰি ২০৬২ চনৰ জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত ভাৰতৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিব। সেই বছৰ ভাৰতৰ জনসংখ্যা ২ লাখ ২২ হাজাৰ বৃদ্ধি পাব। ইয়াৰ পাছত দেশৰ জনসংখ্যাৰ হাৰ হ্ৰাস পাই থাকিব।

২০৬৩ চনত দেশত ১ লাখ ১৫ হাজাৰ লোকৰ সংখ্যা হ্ৰাস পাব। ২০৬৪ চনত পুনৰ ৪ লাখ ৩৭ হাজাৰ আৰু ২০৬৫ চনত ৭ লাখ ৯৩ হাজাৰ জনসংখ্যা বৃদ্ধি পাব। বৰ্তমান ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক জনবহুল দেশ। এতিয়া দেশত ১৪৫.১ কোটি লোক বাস কৰে। তাৰ পাছত চীন।চীনত ১৪১.৯ কোটি লোক বাস কৰে। ইয়াৰ উপৰিও আমেৰিকাৰ জনসংখ্যা মাত্ৰ ৩৪.৫ কোটি।

Apply Now

উল্লেখযোগ্য যে ২০৫৪ চনত ভাৰত আৰু চীনে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিলেও পাকিস্তানে আমেৰিকাক চেৰ পেলাব। ৩৮.৯ কোটি জনসংখ্যাৰে তৃতীয় স্থানত উপনীত হ’ব পাকিস্তান। এই স্থিতি একবিংশ শতিকালৈকে চলি থাকিব।

বিশ্বৰ ছবিখন দেখুৱাই ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০৮৩ চনৰ পৰা বিশ্বৰ জনসংখ্যা হ্ৰাস পাই থাকিব। বৰ্তমানৰ জনসংখ্যা ৮১৬ কোটি সেই বছৰ ১০১৯.৯৯ কোটি হ’ব। এই বছৰৰ পৰা ২০৫৪ চনলৈকে আফ্ৰিকাৰ জনসংখ্যা বৃদ্ধি হ’বলগীয়া দেশসমূহ হ’ল এংগোলা, মধ্য আফ্ৰিকা, কংগো, নাইজাৰ আৰু ছোমালিয়া। একে সময়তে প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০৮০ চনৰ ভিতৰত ৬৫ বছৰ বয়সৰ লোকৰ সংখ্যা ১৮ বছৰৰ তলৰ লোকতকৈ বেছি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd