• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰঙা চীনৰ নতুন চক্ৰান্ত! : ভাৰত বিৰোধী বিক্ষোভৰ বাবে নেপালক ধনৰ যোগান চীনৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2020 3:37 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিত্য নতুন কৌশল গ্ৰহণ কৰি চীনে ভাতৰক অস্থিৰ কৰি তুলিব খুজিছে নেকি!

এফালে পাকিস্তানৰ সৈতে পাক অধিকৃত পঞ্জাৱ আৰু কাশ্মীৰৰ অৰ্থনৈতিক কৰিড’ৰত ভৌগোলিক পৰিৱৰ্তনৰ চেষ্টা কৰিছে চীনে।

Apply Now

আনফালে নেপালৰ সহায়ত ভাৰতক অস্থিৰ কৰি তুলিবলৈ নিত্য নতুন চক্ৰান্ত ৰচনাত ব্যস্ত হৈ পৰিছে চীন।

ইফালে লাডাখ সীমান্তৰ পৰা ছিকিম হৈ অৰুণাচল প্ৰদেশলৈকে আৱেষ্টিত ভাৰত-চীন সীমান্ততো চীনে আগ্ৰাসী মনোভাৱ চলাই আহিছে।

তেনে সময়তে ভাৰতৰ বিৰুদ্ধে নেপালক প্ৰতি নিয়ত উচতাই আহিছে চীনে। এই দাবী ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ।

সূত্ৰৰটোৰ মতে চীনে ভাৰতক অস্থিৰ কৰি তুলিবলৈ নেপালক ব্যৱহাৰ কৰিছে আৰু নেপালৰ প্ৰধান মন্ত্ৰী ওলি শৰ্মাই নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত চীনৰ শ্ৰুতলিপি মানি আহিছে।

ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ মতে ভাৰত বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ শেহতীয়াভাৱে বেইজিঙে নেপালক ধনৰ যোগান ধৰিছে।

সূত্ৰটোৰ মতে নেপালৰ বৰ্তমান পুষ্পকুমাৰ দাহাল তথা প্ৰচণ্ডৰ অনুগামীৰ সৈতে প্ৰধানমন্ত্ৰী ওলিৰ অনুগামীৰ বিভিন্ন ঠাইত বিক্ষিপ্ত বিবাদৰ সৃষ্টি হৈছে।

নেপালী জাতীয়তাবাদী আৱেগেৰে পৰিচালিত প্ৰধানমন্ত্ৰী ওলিয়ে চীনৰ সহায়ত ভাৰতক অস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিছে ইয়াৰ সুযোগ গ্ৰহণ কৰি।

আনকি ভাৰত-নেপাল সীমান্ত অশান্ত কৰি তুলিবলৈ বেইজিঙে নেপালক ধনৰ যোগানো ধৰিছে।

ইয়াৰ বাবে ইতিমধ্যে চীনে নেপালস্থিত চীনা দূতাৱাসত বিভিন্ন সংগঠনৰ হাতত আঢ়ৈ কোটিৰো অধিক ধন তুলি দিয়া বুলি দাবী কৰিছে ভাৰতীয় গুপ্তচৰ সূত্ৰই।

আৰু এই ধন লাভ কৰা সংস্থা তথা সংগঠনসমূহে সাধাৰণ নেপালী জনতাৰ মাজত ভাৰত বিদ্বেষী মনোভাৱ প্ৰোথিত কৰাত আত্মনিয়োগ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

হায়দৰাবাদৰ পথৰ নাম হ’ল ‘ডনাল্ড ট্ৰাম্প এভিনিউ’! তেলেংগানা চৰকাৰক ধন্যবাদ জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে

June 27, 2026 7:05 pm
ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd